• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

২২ গজৰ জগতত ভাৰতৰ আধিপত্য: তিনিওটা ফৰ্মেটৰে শীৰ্ষত উপনীত হৈ ৰচিলে ইতিহাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2023 6:38 pm
India become world no.1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক ক্ৰিকেট বিশ্বত দপদপনি ভাৰতৰ। অপ্ৰতিৰোধ্য আৰু দুৰন্ত ভাৰতীয় ক্ৰিকেট দলে বিজয়ৰ অশ্বমেধ ঘোঁৰা মেলি দিছে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে। তাৰেই ফলশ্ৰুতিত এতিয়া ২২ গজৰ জগতখনত সৰ্বশক্তিমান ভাৰতীয় দলে তিনিওটা ফৰ্মেটতে আৰোহণ কৰিছে আই চি চি ৰেংকিঙৰ শীৰ্ষস্থানত।

দুৰন্ত প্ৰদৰ্শনেৰে ক্ৰিকেট বিশ্বত আধিপত্য বিস্তাৰ কৰি ভাৰতে একে সময়তে তিনিওটা ফৰ্মেটতে বিশ্বৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। আইচিচিৰ শেহতীয়া ৰেংকিঙ অনুসৰি টেষ্ট, এদিনীয়া, আৰু টি-২০ত ভাৰতে ক্ৰমে ১৫, ১১৪, আৰু ২৬৭ ৰেটিং পইণ্টেৰে প্ৰথম স্থানত আছে।

এইদৰে একেসময়তে আইচিচিৰ তিনিওটা ফৰ্মেটতে শীৰ্ষস্থান দখল কৰা দ্বিতীয়টো দলত পৰিণত হৈছে ভাৰত। ইয়াৰ পূৰ্বে কেৱল দক্ষিণ আফ্ৰিকাই ২০১৪ চনত এই কৃতিত্ব অৰ্জন কৰিছিল।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত জয়েৰে ভাৰতে শেহতীয়া টেষ্ট ৰেংকিঙত শীৰ্ষস্থানলৈ উন্নীত হয়। টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে টেষ্ট ৰেংকিঙত অষ্ট্ৰেলিয়াই আছিল শীৰ্ষস্থানৰ দল।

কিন্তু নাগপুৰত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ভাৰতে অষ্ট্ৰেলিয়াক এক ইনিংছ আৰু ১৩২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ স্থান দ্বিতীয়লৈ অৱনমিত হয়।

উল্লেখ্য যে, ২০১৪ চনত হাছিম আমলাৰ অধিনায়কত্বত দক্ষিণ আফ্ৰিকাই তিনিওটা ফৰ্মেটতে আইচিচিৰ ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰিছিল। ভাৰত এতিয়া দক্ষিণ আফ্ৰিকাৰ পিছত এই বিৰল কৃতিত্ব অৰ্জন কৰা দ্বিতীয়টো দল হিচাপে পৰিগণিত হৈছে।

সমসাময়িকভাৱে এই কৃতিত্ব অৰ্জন কৰা এছিয়াৰ প্ৰথমটো দল হিচাপেও পৰিগণিত হৈছে ভাৰত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm
২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

September 14, 2025 2:42 pm
চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

September 14, 2025 2:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd