• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী মহানগৰীত দুটাকৈ মন্দিৰ লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
May 25, 2022 2:48 pm
193
VIEWS
Share on FacebookShare on Twitter

অচিনাক্ত দুৰ্বৃত্তই মঙলবাৰে নিশা গুৱাহাটীৰ ভেটাপাৰাত প্ৰায় ৩০ মিটাৰ ব্যৱধানত থকা দুটাকৈ মন্দিৰৰ শিৱৰ লগতে গণেশৰ মূৰ্তি ক্ষতিগ্ৰস্ত কৰি শিৱ মন্দিৰ আৰু গণেশ মন্দিৰ লণ্ডভণ্ড কৰে।

আজি পুৱাৰ ভাগত ভক্তৰ সৈতে পুৰোহিত মন্দিৰত উপস্থিত হৈ ভগৱান শিৱ, শিৱৰ লিংগ আৰু গণেশৰ মূৰ্তি ভঙা দেখা পোৱাৰ পিছত ঘটনাটো পোহৰলৈ আহিছিল।

মন্দিৰ লণ্ডভণ্ড কৰাৰ আঁৰত থকা দুৰ্বৃত্তসকলৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই।

ইপিনে, মহানগৰ আৰক্ষীয়ে ঘটনাটোত জড়িত দুৰ্বৃত্তসকলক বিচাৰি উলিয়াবলৈ অভিযান আৰম্ভ কৰিছে।

বৰ্তমানলৈকে কোনো শুং-সূত্ৰ লাভ কৰা নাই বশিষ্ঠ থানা আৰু হাতীগাঁও থানাই।

Recent News

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

ইউক্ৰেইনৰ কেন্দ্ৰত প্ৰৱেশ কৰিছে ৰাছিয়াৰ সেনা! যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই প্ৰথম, দাবী মস্কোৰ

ইউক্ৰেইনৰ কেন্দ্ৰত প্ৰৱেশ কৰিছে ৰাছিয়াৰ সেনা! যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই প্ৰথম, দাবী মস্কোৰ

দৈনিক বাদাম খোৱাৰ আছে অনেক উপকাৰিতা! আজিয়েই জানি থওক

দৈনিক বাদাম খোৱাৰ আছে অনেক উপকাৰিতা! আজিয়েই জানি থওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd