• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্দিৰৰ পৰা মন্দিৰলৈ : পৰম্পৰাগত সাজেৰে মহিলাই দৌৰিলে ১০ কিলোমিটাৰ

মহিলাৰ স্বাস্থ্য তথা স্তনৰ কেন্সাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে পিংকাথনক আগবঢ়াই আনিছে এসময়ৰ ছুপাৰ মডেল মিলিন্দ সুমনে

মুকুট দাস by মুকুট দাস
September 9, 2018 9:06 am
Ready to run Temple To Temple run from Navagraha Temple

দেওবাৰে পৰম্পৰাগত সাজ পিন্ধি মন্দিৰৰ পৰা মন্দিৰলৈ দৌৰত অংশগ্ৰহণ কৰিছে মহিলাই। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহিলাসকলৰ মাজত শাৰীৰিক সক্ষমতা অটুট ৰখাৰ উদ্দেশ্যেৰে দেওবাৰে ৰাতিপুৱা ওঠৰ শ শতিকাৰ শেষ ভাগত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা ঐতিহাসিক নৱগ্ৰহ মন্দিৰৰ পৰা শক্তিপীঠ কামাখ্যালৈ দহ কিলোমিটাৰ জোৰা এক দৌৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

অহা ৩০ ছেপ্টেম্বৰ, ২০১৮’ত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘পিংকাথন উইমেনছ ৰাণ’ৰ অংশ হিচাপে আয়োজন কৰা ‘মন্দিৰৰ পৰা মন্দিৰলৈ দৌৰ’ত প্ৰায় ৩০ গৰাকী মহিলাই পৰম্পৰাগত অসমীয়া সাজ মেখেলা চাদৰ পৰিধান কৰি অংশগ্ৰহণ কৰে।

IMG20180909055217
মন্দিৰৰ পৰা মন্দিৰলৈ দৌৰত অংশ লোৱা মহিলাসকল। ফটো: নৰ্থইষ্ট নাও

উল্লেখযোগ্য যে পিংকাথনে আজিৰ এই দৌৰ কাৰ্যসূচীৰ আয়োজন কৰিছিল।  মহিলাৰ স্বাস্থ্য তথা স্তনৰ কেন্সাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে পিংকাথনক আগবঢ়াই আনিছে এসময়ৰ ছুপাৰ মডেল মিলিন্দ সুমনে।

আজিৰ দৌৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা এগৰাকী মহিলা জিনি বৰ্মনে উৎফুল্লিত হৈ কয়, ‘’ ফিটনেছ্ আটাইকৈ গুৰুত্বপূৰ্ণ। মহিলাসকলে লাহে লাহে দৃঢ়ভাৱে তেওঁলোকৰ স্বাস্থ্য তথা ফিটনেছৰ প্ৰতি সজাগ হৈ আহিছে। আমি আজি ইয়াত মেখেলা চাদৰ পৰিধান কৰি এটা বাৰ্তা দিব খুজিছো যে এগৰাকী গৃহিনী বা চাকৰি কৰা মহিলায়ো আন কামৰ মাজতে তেওঁলোকৰ স্বাস্থ্য তথা ফিটনেছৰ বাবে কিছু সময় উলিয়াব পাৰে।‘’

উল্লেখযোগ্য যে বিভিন্ন বয়সৰ মহিলাকে ধৰি প্ৰায় ৩০ গৰাকী দৃষ্টিহীন যুৱতীয়ে অহা ৩০ ছেপ্টেম্বৰ, ২০১৮’ত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া পিংকাথনৰ চতুৰ্থ সংস্কৰণৰ দৌৰত অংশগ্ৰহণ কৰিব।

অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল পিংকাথনে মহিলাসকলৰ মাজত স্তন কেন্সাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰিছে। এই দৌৰক তিনিটা শাখাত ভাগ কৰা হৈছে য’ত ৩ কিলোমিটাৰ, ৫ কিলোমিটাৰ, ১০কিলোমিটাৰ আৰু ২১ কিলোমিটাৰৰ দৌৰ অন্তৰ্ভুক্ত কৰা হৈছে।

আনহাতে, এই দৌৰত অংশগ্ৰহণ কৰিবলগীয়া দৃষ্টিহীন যুৱতীসকলক বিশেষজ্ঞৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিব পৰা গৈছে।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd