• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰৱঞ্চনাৰ অভিযোগত কিংবদন্তি টেনিছ তাৰকা বৰিছ বেকাৰক আঢ়ৈ বছৰৰ কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2022 8:28 am
136
VIEWS
Share on FacebookShare on Twitter

আগতেই প্ৰৱঞ্চনাৰ অভিযোগ উঠিছিল। এইবাৰ সেই অভিযোগৰ ভিত্তিতে আদালতে আঢ়ৈ বছৰৰ কাৰাদণ্ড বিহিলে কিংবদন্তি টেনিছ তাৰকা বৰিছ বেকাৰক। ৫৪বছৰীয়া বেকাৰক ঋণ পৰিশোধ নকৰা, সম্পত্তি গোপন কৰা আৰু কৰ ফাঁকি দিয়াৰ অভিযোগত দোষী সাৱ্যস্ত কৰা হৈছে।

২০১৭চনত বৰিছ বেকাৰে নিজকে দেউলীয়া ঘোষণা কৰিছিল। কিন্তু শুকুৰবাৰে আদালতে এই আইনৰ অধীনত চাৰিটা অভিযোগত তেওঁক দোষী সাৱ্যস্ত কৰে।

নিজকে দেউলীয়া ঘোষণা কৰাৰ সময়ত বৰিছ বেকাৰে নিজৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ সম্পূৰ্ণ তালিকা দিয়া নাছিল।

লগতে পঢ়ক: যুদ্ধৰ খৱৰ: ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত নিহত ইউক্ৰেইনৰ মহিলা সাংবাদিক

বৰিছ বেকাৰৰ বিৰুদ্ধে আদালতত এই বিষয়কলৈ গোচৰ ৰুজু হোৱাৰ পিছত তদন্তত তেওঁৰ ফাঁকি ওলাই পৰে। তেওঁ ১৯৮৫ আৰু ১৯৮৯চনত উইম্বলডন, ১৯৯১ আৰু ১৯৯৬চনত অষ্ট্ৰেলিয়ান অ’পেন চেম্পিয়ন আৰু ১৯৯২চনত অলিম্পিকত স্বৰ্ণ জয়ৰ কথাও জনোৱা নাছিল।

বৰিছে আনকি নিজৰ মাৰ্চিডিজ বিক্ৰী কৰি পোৱা ১.৩ মিলিয়ন ইউৰোৰ কথাও লুকুৱাইছিল। জাৰ্মানীত থকা দুটা সম্পত্তিৰ লগতে প্ৰায় চাৰে আঠ লাখ ইউৰোৰ বেংক ঋণৰ কথাও জনোৱা নাছিল বেকাৰে।

বৰিছৰ গোচৰৰ বিচাৰক ডেবোৰা টেইলৰে কয় যে এই ঘটনাৰ বাবে বৰিছে কোনো অনুশোচনা দেখুওৱা নাই। আনকি বৰিছে তেওঁৰ অপৰাধো স্বীকাৰ কৰা নাই। বিচাৰকসকলে বৰিছে সম্পত্তি গোপন কৰাৰ বাবে দোষী সাৱ্যস্ত কৰিছে। সম্পত্তিৰ সম্পূৰ্ণ তথ্য দাঙি ধৰাত ব্যৰ্থ হৈছে বেকাৰ। ঋণ লুকুওৱাৰ বাবে দোষী সাৱ্যস্ত হৈছে বৰিছ।

লগতে পঢ়ক: ১৫ লাখ টকাৰ টোপ! কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ ১০০ কোটি টকাৰ মানহানি গোচৰ

শুকুৰবাৰে বৰিছ বেকাৰে তেওঁৰ বান্ধৱী লিলিয়ান ডে কাৰ্ভালহো মন্টেৰিঅ’ৰ সৈতে লণ্ডনৰ ছাউথওৱাৰ্ক ক্ৰাউন আদালতত উপস্থিত হয়। বিচাৰকে বেকাৰৰ শাস্তি ঘোষণা কৰি আঢ়ৈ বছৰৰ কাৰাদণ্ড বিহে।   

Recent News

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

মন্দিৰ চৌহদত খালে মাংস! ঘটনাক নিন্দা ভক্তগণৰ

মন্দিৰ চৌহদত খালে মাংস! ঘটনাক নিন্দা ভক্তগণৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd