• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ’ব টেষ্ট মেচ! BCCIয়ে ঘোষণা কৰিলে ২০২৫ বৰ্ষৰ খেলৰ সূচী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2025 1:06 pm
417
VIEWS
Share on FacebookShare on Twitter

২০২৫ বৰ্ষৰ ভাৰতীয় দলৰ ঘৰুৱা ছিজনৰ সূচী প্ৰকাশ কৰিলে বিচিচিআইয়ে। এই ছিজনত টীম ইণ্ডিয়াই ৪খন টেষ্ট, ৩খন এদিনীয়া আৰু ৫খন টি-২০ মেচ খেলিব। ২ অক্টোবৰৰ পৰা ১৯ ডিচেম্বৰলৈ চলিব টেষ্ট মেচ।


ছিজন আৰম্ভ হ’ব ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন টেষ্টৰ পৰা। প্ৰথম টেষ্ট ২-৬ অক্টোবৰত আহমেদাবাদত আৰু দ্বিতীয়খন ১০-১৪ অক্টোবৰত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব।


ইয়াৰ পিছতে দক্ষিণ আফ্ৰিকাৰ সৈতে তিনিওটা ফৰ্মেটত খেলিব ভাৰতে। প্ৰথম টেষ্ট ১৪ নৱেম্বৰত দিল্লীত আৰু দ্বিতীয়খন ২২-২৬ নৱেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব। তাৰ পিছত তিনিখন এদিনীয়া হ’ব—৩০ নৱেম্বৰত ৰাঁচীত, ৩ ডিচেম্বৰত ৰায়পুৰত আৰু ৬ ডিচেম্বৰত বিশাখাপট্টনমত। ৫খন টি-২০ মেচ ৯ ডিচেম্বৰৰ পৰা কটক, নিউ চণ্ডীগড়, ধৰ্মশালা, লক্ষ্ণৌ আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব।


উল্লেখ্য যে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব টেষ্ট মেচ। এই খবৰে অসমৰ ক্ৰিকেটপ্ৰেমীক উৎফুল্লিত কৰি তুলিছে। ইতিমধ্যে আইপিএলৰ দুখন মেচ এই ষ্টেডিয়ামত হৈছে। ৰাজস্থান ৰয়েলছে কলকতা আৰু চেন্নাইৰ বিৰুদ্ধে খেলিছিল। বৰ্ষাপাৰা ষ্টেডিয়ামত ইয়াৰ পূৰ্বে এদিনীয়া আৰু টি-২০ মেচ অনুষ্ঠিত হৈ গৈছে।


টেষ্ট শৃংখলাৰ পাছত, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন এদিনীয়া মেচ অনুষ্ঠিত হ’ব ৩০ নৱেম্বৰ-, ৰাঁচীত, ৰায়পুৰ ৩ ডিচেম্বৰত আৰু বিশাখাপট্টনমত ৬ ডিচেম্বৰত মেচ অনুষ্ঠিত হ’ব। তাৰপিছত, ক্ৰমে কটক- ৯ ডিচেম্বৰ, মুলনপুৰ -১১ ডিচেম্বৰ, ধৰ্মশালা-১৪ ডিচেম্বৰ, লক্ষ্ণৌ -১৭ ডিচেম্বৰ আৰু আহমেদাবাদত১৯ ডিচেম্বৰত পাঁচখন টি-২০ মেচ অনুষ্ঠিত হ’ব। এতিয়া সকলো এদিনীয়া মেচ ১:৩০ বজাৰ পৰা আৰম্ভ হ’ব, আৰু টি-২০ মেচ ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব।

Recent News

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd