• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (TUEE 2019) ৰ ফলাফল ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2019 12:42 pm
TUEE R

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। সৌজন্য-ইণ্টাৰনেট

9.2k
VIEWS
Share on FacebookShare on Twitter

আজি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা প্ৰৱেশ পৰীক্ষা (TUEE 2019) ৰ ফলাফল ঘোষণা  কৰা হৈছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে তেজপুৰ বিশ্ববিদ্য়ালয়ৰ ৱেবচাইটত গৈ পৰীক্ষাৰ ফলাফল লাভ কৰিব পাৰিব।

বিশ্ববিদ্য়ালয়খনৰ বিভিন্ন বিষয়ৰ পাঠ্যক্ৰমৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। পৰীক্ষাৰ্থীসকলে তলত দিয়া ৱেবচাইটত গৈ প্ৰৱেশ পৰীক্ষাৰ ফলাফল চাব পাৰিব।

ৱেব চাইট দুটা হ’ল- tezu.ernet.in আৰু tezuadmissions.com

বিশ্ববিদ্যালয়খনৰ ৱেবচাইটত বিভিন্ন বিষয়ৰ বাবে অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মেৰিট লিষ্ট প্ৰকাশ কৰা হ’ব। মেৰিট লিষ্টৰ উপৰিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এখন ৱেইটিং লিষ্ট প্ৰকাশ কৰিব।

আনহাতে, যদিহে মেৰিট লিষ্টত থকা ছাত্ৰ অথবা ছাত্ৰীগৰাকীয়ে যদি নাম ভৰ্তি নকৰে তেতিয়াহ’লে ৱেইটিং লিষ্টত থকা ছাত্ৰ অথবা ছাত্ৰীগৰাকীয়ে নাম ভৰ্তি কৰিবলৈ সুযোগ লাভ কৰিব।

কেনেদৰে অনলাইনত TUEE 2019 ৰিজাল্ট চাব

প্ৰথমে ওপৰত উল্লেখ কৰা লিংক দুটাৰ যিকোনো এটালৈ গৈ ক্লিক কৰক তাৰ পাছত এডমিশ্যন পোৰ্টেল খোল খাব। এডমিশ্যন পোৰ্টেললৈ গৈ নিজৰ ইমেইল আই ডি আৰু পাছৱ’ৰ্ড টাইপ কৰক আৰু চাবমিট কৰাৰ লগে লগে কম্পিউটাৰ স্ক্ৰীণত ৰিজাল্ট উপলব্ধ হ’ব আৰু ৰিজাল্টৰ এটা পি ডি এফ কোপি ডাউনলোড কৰক।

Recent News

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd