• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজপুৰ বিশ্ববিদ্যালয়ত ৰহস্যজনকভাবে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2023 12:59 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰ এজন ছাত্ৰৰ মৃতদেহ।

ছাত্ৰজন পৰিৱেশ বিজ্ঞান বিভাগৰ নিলোৎপল গগৈ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে নীলোৎপলৰ ঘৰ তিনিচুকীয়া জিলাৰ ডুমডুমাত। 

চিভি ৰমন হোষ্টেলত উদ্ধাৰ হৈছে ছাত্ৰগৰাকীৰ মৃতদেহ।

বৰ্তমান তেওঁৰ মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। ইতিমধ্যে তেজপুৰ বিশ্ববিদ্যালয়ে ছাত্ৰগৰাকীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

Recent News

আতংকিত হোৱাৰ কোনো তাৎক্ষণিক কাৰণ নাই! ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ বৃহৎ নদী বান্ধ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

আতংকিত হোৱাৰ কোনো তাৎক্ষণিক কাৰণ নাই! ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ বৃহৎ নদী বান্ধ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছৰ দাবী: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰৰ পদত্যাগৰ পিছত আছে গভীৰ কাৰণ

কংগ্ৰেছৰ দাবী: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰৰ পদত্যাগৰ পিছত আছে গভীৰ কাৰণ

‘আদালতত হাজিৰ হোৱাৰ সাহসকনো নাই?’ জালিয়াতিৰ গোচৰত CBIৰ অনুপস্থিতিত ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘আদালতত হাজিৰ হোৱাৰ সাহসকনো নাই?’ জালিয়াতিৰ গোচৰত CBIৰ অনুপস্থিতিত ক্ষুব্ধ উচ্চতম ন্যায়ালয়

ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত নাগৰিকত্ব পৰীক্ষাৰ অধিকাৰ আছে নিৰ্বাচন আয়োগৰ: উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল আয়োগৰ

ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত নাগৰিকত্ব পৰীক্ষাৰ অধিকাৰ আছে নিৰ্বাচন আয়োগৰ: উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd