• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাতংক: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থীকে আবাস খালি কৰাৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2021 10:15 am
tezpur-university
379
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাতংকৰ পৰিপ্ৰেক্ষিততে তেজপুৰ বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই বিশ্ব বিদ্যালয় খনৰ প্ৰায় সংখ্যক শিক্ষাৰ্থীকে আবাস খালি কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

তেজপুৰ বিশ্ব বিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ ডীন প্ৰফেছৰ ডি ডেকাই জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে স্নাতকোত্তৰ আৰু স্নাতক শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ লগতে পিএইছডি শিক্ষাৰ্থীসকলক বাদ দি আন শিক্ষাৰ্থীসকলে ২৩ এপ্ৰিলৰ ভিতৰত আবাস খালি কৰি দিব লাগিব।

শিক্ষাৰ্থীসকলে তেওঁলোকৰ সামগ্ৰী আদি আবাসৰ কোনো সুৰক্ষিত স্থানত নিজৰ দায়িত্বত ৰাখিব পাৰিব।

শিক্ষাৰ্থীৰ কোনো সামগ্ৰীৰ ক্ষতি হ’লে বা হেৰালে তাৰ বাবে বিশ্ব বিদ্যালয় কৰ্তৃপক্ষ দায়ী নহ’ব বুলি নিৰ্দেশনা খনত কোৱা হৈছে।

আনহাতে চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলে ২৯ এপ্ৰিল পৰ্যন্ত আবাসত থাকিব পাৰিব।

তেওঁলোকে ৩০ এপ্ৰিলৰ ভিতৰত আবাস খালি কৰি দিব লাগিব।বিদেশৰ শিক্ষাৰ্থীসকলে পৰৱৰ্তী জাননী প্ৰকাশ নকৰালৈকে আবাসত থাকিব পাৰিব।

পিএইছডি শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো পৰৱৰ্তী সময়ত আবাস খালি কৰাৰ বিষয়ে জনোৱা হ’ব বুলি নিৰ্দেশনা খনত কোৱা হৈছে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd