• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৪৬ সংগঠনৰ অসম বন্ধৰ প্ৰতি সঁহাৰি নাই দক্ষিণ অসমৰ হাইলাকান্দি জিলাত

ৰাহুল চক্ৰবৰ্তী by ৰাহুল চক্ৰবৰ্তী
October 23, 2018 5:37 pm
IMG-20181023-WA0027
431
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ অসমৰ হাইলাকান্দি জিলাত ৪৬ সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ প্ৰতিবাদত আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধই কোনো প্ৰভাৱ পেলাব পৰা নাই।

বন্ধৰ সময়চোৱাত চৰকাৰী কাৰ্যালয়সমূহত স্বাভাৱিক কাম-কাজ চলি থকাৰ উপৰিও সাধাৰণ জীৱনযাত্ৰা, ব্যৱসায় প্ৰতিষ্ঠান, বেংক আদি কাৰ্ক্ষম হৈ থাকে। প্ৰশাসনৰ তত্বাৱধানত কাৰ্যালয়সমূহত উপস্থিতি নিয়মীয়া থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে সোমবাৰে প্ৰশাসনৰ তৰফৰ পৰা কৰ্মচাৰীসকলক কৰ্মস্থলীত উপস্থিত থাকিবলৈ এক কঠোৰ জাননী জাৰি কৰা হৈছিল। বন্ধৰ অজুহাতত কাৰ্যালয়ত অনুপস্থিত থাকিলে তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ হুমকি দিয়া হৈছিল।

জিলা প্ৰশাসনে বন্ধৰ সময়চোৱাত ঘটিব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিৰ সৈতে মোকাবিলা কৰাৰ বাবে যথেষ্ট সংখ্যক অৰ্ধ-সামৰিক বাহিনী আৰু নিৰাপত্তাৰক্ষী বাহিনীৰ লোক মোতায়েন কৰিছিল। জিলাখনৰ কোনো অংশৰে পৰা এতিয়ালৈকে কোনো অপ্ৰীতিকৰ বাতৰি অহা নাই।

বন্ধৰ সময়চোৱাত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব নোৱাৰে তাৰ বাবে জিলা উপায়ুক্ত আদিল খান আৰু আৰক্ষী অধীক্ষক মহনীশ মিশ্ৰই পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে।

Recent News

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd