• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ ৰণনীতিকাৰ সুভ্ৰস্থাৰ উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক লৈ কৰা নীচ মন্তব্যক গৰিহণা আপ অসমৰ মহিলা শক্তিৰ 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2023 9:00 pm
6.3k
VIEWS
Share on FacebookShare on Twitter

এক টিভি অনুষ্ঠানত বিজেপিৰ ৰণনীতিকাৰ সুভ্ৰস্থাই মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে ক’বলৈ গৈ উত্তৰ পূৰ্বাঞ্চলৰ মহিলা সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে আপ অসমৰ মহিলা শক্তিয়ে।

মহিলা শক্তিৰ সভানেত্ৰী অনুৰূপা বড়োৱে এক বিবৃতিযোগে কয় যে যোৱা তিনি মাহে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপি নেতৃত্বাধীন মণিপুৰ আৰু কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টো কেতবোৰ টুলুঙা মন্তব্য দি তথা উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাৰ মৰ্যদা হানিকৰ কথা কৈ নিজৰ ব্যৰ্থতা ঢাকিবলৈ অপচেষ্টা কৰিছে।

সুভ্ৰস্থা নামৰ মহিলাগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ মহিলাই শৰীৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে বুলি যি ভয়ানক মন্তব্য কৰিছে, সেয়া উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক অকল অপমানেই কৰা নাই, বৰং এই অঞ্চলৰ পৰম্পৰাকো ভুলকৈ উপস্থাপন কৰিছে।

ইতিহাসৰ দিনৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক সমাজত আগ স্থান দি অহা হৈছে, মহিলাৰ সন্মান অক্ষুন্ন ৰখা প্ৰতিখন সমাজে অগ্ৰাধিকাৰ দি আহিছে। এই অঞ্চলতে মাতৃপ্ৰধান সমাজব্যৱস্থা এতিয়াও বৰ্তি আছে, যৌতুকৰ দৰে কু-প্ৰথা উত্তৰ ভাৰতীয় সমাজৰ পৰা এই অঞ্চলত প্ৰৱেশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ সমাজ ব্যৱস্থাৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ বিজেপিৰ এই  মহিলাগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক লৈ দিয়া মন্তব্য গৰিহণাযোগ্য হোৱাৰ লগতে অক্ষমনীয় অপৰাধো।

Recent News

হঠাৎ কিয় এই সিদ্ধান্ত? পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

হঠাৎ কিয় এই সিদ্ধান্ত? পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

লজ্জাহীন চৰকাৰ, হিটলাৰী শাসন :  সামাজিক মাধ্যমত উচ্ছেদ বিৰোধী ৰীল পোষ্ট কৰাৰ বাবে যুৱকক গ্ৰেপ্তাৰ

লজ্জাহীন চৰকাৰ, হিটলাৰী শাসন :  সামাজিক মাধ্যমত উচ্ছেদ বিৰোধী ৰীল পোষ্ট কৰাৰ বাবে যুৱকক গ্ৰেপ্তাৰ

অসমবাসীৰ আত্মসন্মাত আঘাত! ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি সুৰাৰ বিজ্ঞাপন অ’য়েচিছ গ্ৰুপৰ

অসমবাসীৰ আত্মসন্মাত আঘাত! ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি সুৰাৰ বিজ্ঞাপন অ’য়েচিছ গ্ৰুপৰ

মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত শিলোসাঁকোত উচ্ছেদ : এতিয়াও অক্ষত হোটেল জিঞ্জাৰ, আজমলৰ মাটি, জয়ন্ত মল্লৰ ঘৰলৈ যোৱা পথ

মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত শিলোসাঁকোত উচ্ছেদ : এতিয়াও অক্ষত হোটেল জিঞ্জাৰ, আজমলৰ মাটি, জয়ন্ত মল্লৰ ঘৰলৈ যোৱা পথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd