• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পিন্ধনত শাৰী-ব্লাউজ : মহিলাৰ চৰিত্ৰত অভিনয় কৰি বলীউড কঁপোৱা অভিনেতাসকল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2023 5:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিনেমাত অভিনেতা-অভিনেত্ৰীসকলে চিত্ৰনাট্যৰ বাবে প্ৰয়োজনীয় যিকোনো ভূমিকা পালন কৰিবলগীয়া হয়। কোনোৱে খলনায়কৰ চৰিত্ৰত আৰু কোনোৱে কমেডিয়ানৰ চৰিত্ৰত অভিনয় কৰে। কিন্তু চিত্ৰনাট্ঋ দাবী কৰা মতে মহিলা চৰিত্ৰত অভিনয় কৰা বলীউডৰ একাংশ অভিনেতাও আছে। এই তালিকাত কোন কোন আছে জানো আহক।

আয়ুস্মান খুৰানা : বলীউডৰ অন্যতম অভিনেতা হৈছে আয়ুস্মান খুৰানা। যিকোনো চৰিত্ৰতে তেওঁ অতি সাৱলীলভাৱে অভিনয় কৰিবলৈ সক্ষম। উদাহৰণস্বৰূপে, ‘ড্ৰিম গাৰ্ল ২’ত মহিলাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। আয়ুস্মান খুৰানা, অনন্যা পাণ্ডে, পৰেশ ৰাৱাল, বিজয় ৰাজ, ৰাজপাল যাদৱ, অভিষেক বেনাৰ্জীয়ে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

শশী কাপুৰ :  পুৰুষ নায়কক নাৰী চৰিত্ৰ হিচাপে অভিনয় কৰাৰ ধাৰা বহুদিনৰ পৰা চলি আহিছে। উদাহৰণস্বৰূপে শশী কাপুৰৰ নাম এই তালিকাত আছে। তেওঁৰ অভিনীত ছবি ‘হাছিনা মান জেগী’ত মহিলা নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৬৮ চনত মুক্তি লাভ কৰিছিল ছবিখনে।

ঋষি কাপুৰ : ১৯৭৫ চনত মুক্তি পোৱা ‘ৰাফু চক্কৰ’ ছবিত মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল ঋষি কাপুৰে। ছবিখনৰ পৰিচালনা কৰিছিল নৰেন্দ্ৰ বেদীয়ে। ঋষি কাপুৰৰ উপৰিও ছবিখনত অভিনয় কৰিছিল নীতু সিঙে। 

আমিৰ খান : এই তালিকাত বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্টৰ নামো সন্নিবিষ্ট কৰা হৈছে। ১৯৯৫ চনত মুক্তি পোৱা ‘বাজী’ ছবিত মহিলা নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল আমিৰ খানে। সেই চৰিত্ৰটোৰ নাম আছিল মিছ জুলি চতুৰ্বেদী। অৱশ্যে এই ছবিখনত মমতা কুলকাৰ্ণীয়ে আমিৰৰ বিপৰীতে অভিনয় কৰিছিল। ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছিল আশুতোষ গোৱাৰিকাৰ।

কমল হাছান : দক্ষিণৰ অভিনেতা কমল হাছানে ‘চাচি ৪২০’ত মহিলাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিছিল। ১৯৯৭ চনত মুক্তি লাভ কৰা এই ছবিখনত কমলৰ উপৰিও টাবু, ওম পুৰী, অমৃশ পুৰী, আয়েশা ঝুলকা, পৰেশ ৰাৱাল, জনী ৱাকাৰ আদি অভিনেতাই অভিনয় কৰিছে।

ৰিতেশ দেশমুখ : ২০০৬ চনত মুক্তি লাভ কৰা ‘অপ্না স্বপ্না মণি মণি’। বহু তাৰকাই এই ছবিখনত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত আছিল ৰিতেশ দেশমুখ, সুনীল শ্বেট্টী, শ্ৰেয়াছ তালপাডে, জেকী শ্ৰফ, চাংকি পাণ্ডে, ৰাজপাল যাদৱ, ক’য়েনা মিত্ৰ, চেলিনা জেটলী, ৰিয়া সেন। অৱশ্যে এই ছবিখনত মহিলাৰ চৰিত্ৰত অভিনয় কৰি ৰিতেশে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

শ্ৰেয়াছ তালপাদে : ‘পেয়িং গেষ্টছ’ ছবিখনত মহিলাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল শ্ৰেয়াছ তালপাডেক। সুভাষ ঘাইৰ প্ৰযোজনাত এই ছবিখনে ২০০৯ চনত মুক্তি লাভ কৰে। ছবিখনত অভিনয় কৰিছিল শ্ৰেয়াছ তালপাডে, জাভেদ জাফ্ৰি, বাটছাল ছেঠ, আশীষ চৌধুৰী, চেলিনা জেটলী, ৰিয়া সেন আৰু নেহা ডুপিয়াই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd