• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2025 6:31 pm
214
VIEWS
Share on FacebookShare on Twitter

এবাৰ, দুবাৰ নহয় তিনিবাৰকৈ বিয়া পতা এজন পুৰুষৰ লগত পলাল এগৰাকী বোৱাৰী। নগাঁৱৰ কঁচুৱাৰ লুটুমাৰী লংকা গাঁৱত সংঘটিত হৈছে এই আশ্চৰ্যজনক ঘটনা। ২০ জুনত দোকানলৈ যাওঁ বুলি নিজৰ সন্তান লৈ ওলাই গৈছিল বোৱাৰীগৰাকী। কিন্তু পৰৱৰ্তী সময়ত পোহৰলৈ আহে যে বোৱাৰীগৰাকী পলাই গ’ল কঁচুৱাৰ লংজাপ বগলাজানৰ কুকিল হীৰা নামৰ এজন বিবাহিত পুৰুষৰ সৈতে।

তিনিবাৰকৈ বিবাহ পাশত আৱদ্ধ হোৱা কুকিল হীৰাই পশ্চিম কাৰ্বি আংলঙত দেউতাকৰ কৰ্মক্ষেত্ৰত বন বিভাগৰ বিট অফিচত নিজে গৈ ডিউটি কৰি এনেদৰে বোৱাৰী দেখিলেই ফুচুলাই নি বিবাহ কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে বোৱাৰীগৰাকীলৈ যোৱাৰ পিছৰেই পৰা স্বামীগৃহত হাহাকাৰ পৰিস্থিতি সন্মুখীন হৈছে।

উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী স্বামীৰ।

Recent News

তামিলনাডুৰ প্ৰথমগৰাকী ট্ৰেন্সউমেন সহকাৰী অধ্যাপিকা হিচাপে এন জেন্সীয়ে ৰচনা কৰিলে ইতিহাস…

তামিলনাডুৰ প্ৰথমগৰাকী ট্ৰেন্সউমেন সহকাৰী অধ্যাপিকা হিচাপে এন জেন্সীয়ে ৰচনা কৰিলে ইতিহাস…

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd