• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠান আৰম্ভ; ভেটিকানত ১৩ লাখ ভক্তৰ সমাগম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2025 12:16 pm
243
VIEWS
Share on FacebookShare on Twitter

পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠান সম্পূৰ্ণ মৰ্যাদাৰে আৰম্ভ হৈছে। ভাৰতীয় সময় অনুসৰি শনিবাৰে দিনৰ ১:৩০ বজাত পোপক সমাধিস্থ কৰা হ’ব।

অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মু, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি, ইংলেণ্ডৰ ৰাজকুমাৰ উইলিয়াম, আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিগ্লিঅ’, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, ফিলিপাইনছৰ ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰকে ধৰি বিশ্বৰ নেতাসকল উপস্থিত থাকিব।

শুকুৰবাৰে নিশাৰ পৰাই চেণ্ট পিটাৰ বেচিলিকাৰ সন্মুখত শাৰী শাৰীকৈ ধৰ্মপ্ৰাণ খ্ৰীষ্টানসকলে চকুলো মচি মচি অপেক্ষা কৰি ৰৈছে। প্ৰায় আটাইকেইটা ৰাস্তা মানুহেই অৱৰোধ কৰি ৰাখিছে।

চেণ্ট পিটাৰ বেচিলিকাৰ প্ৰাসাদ চিৰিৰ খাজত প্ৰয়াত পোপ ফ্ৰান্সিছৰ বাবে চূড়ান্ত প্ৰাৰ্থনা কৰা হ’ব। অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব ৫০ জনতকৈ অধিক বিশ্ব নেতা আৰু ১১ জন ৰাজকুমাৰে।

ভেটিকানৰ ফালৰ পৰা প্ৰায় ২ লাখ ৫০ হাজাৰ লোকক চেণ্ট পিটাৰ চৌহদত থিয় দিয়াৰ ব্যৱস্থা কৰিছে। ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই শোক শোভাযাত্ৰাত প্ৰায় ১০ লাখ অনুগামীয়ে খোজ কাঢ়িব বুলিও অনুমান কৰা হৈছে।

পোপৰ শৱদেহ কঢ়িয়াই অনা কফিনটো ফুলেৰে সজ্জিত গাড়ীৰে ভেটিকান চহৰৰ পৰা ৰোমৰ পথেৰে বেচিলিকা ডি চান্টা মেজিঅ’ৰলৈ লৈ যোৱা হ’ব। তাতেই পোপক সমাধিস্থ কৰা হ’ব।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

৬৭ বছৰ পুৰণি বৰষুণৰ অভিলেখ ভংগ; অসমকে ধৰি বিধ্বস্ত উত্তৰ-পূবত দুদিনত ৩০ জনৰ মৃত্যু

৬৭ বছৰ পুৰণি বৰষুণৰ অভিলেখ ভংগ; অসমকে ধৰি বিধ্বস্ত উত্তৰ-পূবত দুদিনত ৩০ জনৰ মৃত্যু

সংকটৰ সময়ত সংবিধানেই দেশখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে; মন্তব্য মুখ্য ন্যায়াধীশৰ

সংকটৰ সময়ত সংবিধানেই দেশখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে; মন্তব্য মুখ্য ন্যায়াধীশৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd