• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘অসম সাহিত্য সভা বিশ্বৰ সাহিত্যানুষ্ঠানৰ বাবে আদর্শ’: জ্ঞানপীঠ নির্বাচন সমিতিৰ অধ্যক্ষা ড° প্রতিভা দেৱী ৰয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2022 8:55 am
107
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জ্ঞানপীঠ নির্বাচন সমিতিৰ অধ্যক্ষা তথা জ্ঞানপীঠ বঁটাপ্রাপক,পদ্মভূষণ ড° প্রতিভা দেৱী ৰয় সোমবাৰে সন্ধিয়া অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত উপস্থিত হৈ সভাৰ সভাপতিসহ কৰ্মকৰ্তা সকলৰ লগত মত-বিনিময় কৰে ।

সভাৰ সভাপতি ড° কুলধৰ শ‍ইকীয়াৰ আমন্ত্ৰণক্ৰমে ড° প্রতিভা দেৱী ৰয়ে এক আনুষ্ঠানিক সভাতো অংশগ্ৰহণ কৰে। অনুষ্ঠানত ড° ৰয়ে তেওঁৰেই নিজৰ উড়িয়া গ্ৰন্থ ‘সমুদ্ৰৰ স্বৰ’ অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ উদ্যোগত কবিতা দত্ত গোস্বামীয়ে অসমীয়ালৈ অনুবাদ কৰা গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

লগতে পঢ়ক: ৰবীন্দ্র ভৱনত কাব্যঋষি নীলমণি ফুকনক জ্ঞানপীঠ বঁটা প্ৰদান

ড° ৰয়ে ভাষণত কয় যে অসম সাহিত্য সভাৰ দৰে অনুষ্ঠান সমগ্ৰ বিশ্বৰ সাহিত্য অনুষ্ঠানৰ বাবে আদর্শ।

অসমীয়াকে ধৰি সকলো খিলঞ্জীয়া ভাষা সাহিত্যৰ উত্তৰণৰ বাবে সদায়েই কাম কৰি থকা সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানে তেওঁৰ গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰাটো অত্যন্ত গৌৰৱৰ বিষয় বুলিও কয়।

অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই কয় যে জ্ঞানপীঠ নির্বাচন সমিতিৰ অধ্যক্ষা হিচাপেই নহয় দেশৰ আগশাৰীৰ লেখিকা হিচাপে ড° প্রতিভা দেৱী ৰয়ৰ সাহিত্য সভাৰ মজিয়াত পদার্পণ কৰাটোৱেই আমাৰ বাবে গৌৰৱৰ কথা।

লগতে পঢ়ক: ‘হে মোৰ সপোনৰ সূৰ্যৰ মানুহ’-জ্ঞানপীঠ বঁটা গ্ৰহণ কৰি আৰু কি ক’লে কবি নীলমনি ফুকনে? চাওক, কাব্যঋষিৰ ভাষণৰ সম্পূৰ্ণ পাঠ

অনুষ্ঠানত জ্ঞানপীঠ বঁটাৰ তত্ত্বাৱধায়ক দেৱব্ৰত গোস্বামী, অনুবাদিকা কবিতা দত্ত গোস্বামী , বিপুল দেউৰী, নিলীম কুমাৰ, ড০ সঞ্জীৱ কুমাৰ শৰ্মা, অবনী মোহন চহৰীয়া, থানেশ্বৰ মালাকৰ, চম্পক বৰবৰা, মানিক আহমেদ, দেৱজিৎ বৰা, নুৰুল চুলতান প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Recent News

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ ওপৰত সন্দেহ! আইএমএফৰ কঠোৰ চৰ্ত আৰোপ

পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ ওপৰত সন্দেহ! আইএমএফৰ কঠোৰ চৰ্ত আৰোপ

NIAৰ জালত মণিপুৰৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত নিষিদ্ধ সংগঠনৰ সদস্য

NIAৰ জালত মণিপুৰৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত নিষিদ্ধ সংগঠনৰ সদস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd