• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছৰ দিনত মহিলাই বেয়া পথেৰে চাকৰি লোৱা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক তীব্ৰ গৰিহণা সাংসদ অজিত কুমাৰ ভূঞাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2025 1:12 pm
128
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰি পোৱা মহিলা সকলে সতীত্বৰ বিনিময়ত চাকৰি লোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা মন্তব্যক তীব্ৰ নিন্দা কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।

অজিত কুমাৰ ভূঞাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কয়, “কংগ্রেছৰ দিনত মহিলাসকলে বেয়া পথেৰে চাকৰি লৈছিল বুলি বৰ্তমানৰ  মূখ্যমন্ত্ৰী তথা সেইসময়ৰ প্রবল প্রতাপী কংগ্রেছী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যি তীব্র নিন্দিত মন্তব্য কৰিছে, সেই মন্তব্য অসমৰ ৰাজনৈতিক ইতিহাসৰ সবাতকৈ নিকৃষ্ট আৰু কলংকিত মন্তব্য। ”

লগতে ভূঞাই কয়, “বৰ্তমান সময়ত চাকৰি কৰি থকা বেছিভাগ মহিলা/ যুৱতীয়েই তেতিয়াৰ কংগ্রেছৰ দিনত চাকৰি পোৱা। তেওঁলোকৰ চৰিত্ৰক লৈ হিমন্ত বিশ্ব শৰ্মাই সন্দেহ কৰিছে। কেৱল আৰু কেৱল ৰাজনৈতিক স্বাৰ্থত এগৰাকী মূখ্যমন্ত্রীয়ে  মহিলাৰ চৰিত্ৰক হনন কৰিছে, তেওঁলোকৰ আত্মসম্মানত উপৰ্যুপৰি আঘাত দিছে।”

মুখ্যমন্ত্ৰী এই বক্তব্যৰ পিছত মহিলাসকলৰ ন্যায়ৰ দাবীত হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী জনাইছে সাংসদ গৰাকীয়ে।

Recent News

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

চেম্পিয়নছ লীগ জয়ৰ উদযাপনৰ সময়ত যুদ্ধক্ষেত্ৰত পৰিণত হ’ল পেৰিছ! কমেও ৫০০ লোক গ্ৰেপ্তাৰ

চেম্পিয়নছ লীগ জয়ৰ উদযাপনৰ সময়ত যুদ্ধক্ষেত্ৰত পৰিণত হ’ল পেৰিছ! কমেও ৫০০ লোক গ্ৰেপ্তাৰ

বানৰ চিন্তা নাই, ক্ষমতা, ধন আৰু মাটিৰ লোভত মত্ত বিজেপি : গৌৰৱ গগৈ

বানৰ চিন্তা নাই, ক্ষমতা, ধন আৰু মাটিৰ লোভত মত্ত বিজেপি : গৌৰৱ গগৈ

অসম-অৰুণাচল সীমান্তত নদীৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা ১৪ জন লোকক উদ্ধাৰ বায়ুসেনাৰ

অসম-অৰুণাচল সীমান্তত নদীৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা ১৪ জন লোকক উদ্ধাৰ বায়ুসেনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd