• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা ৮ মাৰ্চত জাৰি হ’ব লোকসভা নিৰ্বাচনৰ অধিসূচনা : মুখ্য নিৰ্বাচন আয়ুক্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2019 11:48 am
Sunil_Arora_EPS

দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচন নিৰ্ধাৰিত সময়তেই অনুষ্ঠিত হ’ব। অহা ৮ মাৰ্চত দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰিব। শুকুৰবাৰে এই কথা ঘোষণা কৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই।

লোকসভা নিৰ্বাচন সময়মতেই অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰি শুকুৰবাৰে এটা বিবৃতিযোগে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই প্ৰকাশ কৰে যে নিৰ্বাচনটো কেইটা পৰ্যায়ত অনুষ্ঠিত হ’ব বা নিৰ্বাচনৰ ফলাফল কোন তাৰিখে ঘোষণা কৰা হ’ব ইত্যাদি সকলো কথা ৮ মাৰ্চত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।

আনহাতে, ৮ মাৰ্চত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে দেশত নিৰ্বাচনী আচৰণবিধি বলৱৎ হ’ব। ইয়াৰ পাছতে নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ পৰিব।

তদুপৰি, ভাৰত-পাকিস্তানৰ সীমান্তত সৃষ্টি হোৱা উত্তেজনা সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিত ইয়াৰ কোনো প্ৰভাৱ নপৰে।

লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে ভোটাৰসকলৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি, নিৰ্বাচন আয়োগে ভোটদান কৰিবলৈ ভোটকেন্দ্ৰলৈ যাওতে লগত ভোটাৰ প্ৰমাণপত্ৰ নিবলৈ ভোটাৰসকলক আহ্বান জনাইছে। অৱশ্যে, যিসকল ভোটাৰৰ ভোটাৰ পৰিচয়পত্ৰ নাই তেওঁলোকে ভোটকেন্দ্ৰলৈ অতিৰিক্ত পৰিচয়পত্ৰ নিব লাগিব।

ভোটাৰ পৰিচয়পত্ৰ নথকা ভোটাৰসকলে ভোট কেন্দ্ৰলৈ ভোটাৰ পৰিচয় পত্ৰৰ সলনি পাছপোৰ্ট, চালকৰ অনুজ্ঞাপত্ৰ, চৰকাৰী চাকৰিয়ালৰ ফটোযুক্ত চাকৰিৰ প্ৰমাণপত্ৰ, বেংক-ডাকঘৰৰ ফটোযুক্ত পাছবুক, পান কাৰ্ড, ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে দিয়া স্মাৰ্ট কাৰ্ড, এম এনৰেগাৰ জবকাৰ্ড, শ্ৰম মন্ত্ৰ্যালয়ে প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, ফটোযুক্ত পেন্সন কাৰ্ড, আধাৰ কাৰ্ড, সাংসদ-বিধায়ক-স্বায়ত্তশাসিত পৰিষদৰ সদস্যই দিয়া পৰিচয়পত্ৰ দেখুৱাই ভোটদান কৰিব পাৰিব ভোটাৰে।

ইপিনে, নিৰ্বাচন আয়োগে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে দেশৰ ৯৯ শতাংশ ভোটাৰে ভোটাৰ পৰিচয়পত্ৰ লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am
অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd