• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Googleত নিযুক্তি লাভ শিৱসাগৰৰ কন্যা প্ৰত্যাশা কলিতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2025 6:37 pm
48
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীৰ বিশেষ কৃতিত্ব। গুগলৰ (Google) গুৰুত্বপূৰ্ণ পদত প্ৰত্যাশা কলিতাৰ যোগদানে শিৱসাগৰবাসীৰ লগতে অসমবাসীক আনন্দিত কৰি তুলিছে। শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা ৰূদ্ৰসাগৰৰ নিবাসী ড° প্রফুল্ল চন্দ্ৰ কলিতা আৰু গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্রিয়েল ইষ্টটিটিউটৰ বিজ্ঞান শিক্ষয়িত্রী বেবী কলিতাৰ জ্যেষ্ঠ কন্যা প্রত্যাশা কলিতাৰ সাফল্যই সমগ্ৰ শিৱসাগৰবাসীক উৎফুল্লিত কৰিছে।

প্রত্যাশাই বিশ্বৰ আগশাৰীৰ কোম্পানী গুগলত পাঁচটা পৰ্যায়ত অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত সফলতাৰে উত্তীৰ্ণ হৈ আয়াৰলেণ্ডত SWE III (চফ্‌টৱেৰ ইঞ্জিনিয়াৰ) পদত নিযুক্তি পাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে আয়াৰলেণ্ডত এমাজন কোম্পানীত আঢ়ৈ বছৰে SDE-I (চফ্‌টৱেৰ ডেভেলপমেণ্ট ইঞ্জিনিয়াৰ) পদত সফলতাৰে সেৱা আগবঢ়াইছিল।

গুগলত প্ৰত্যাশা কলিতাৰ নিযুক্তিয়ে পিতৃ-মাতৃ, ভগ্নী পৰিয়ালৰ লগতে সমগ্ৰ শিৱসাগৰ জিলাবাসীক আনন্দিত কৰিছে। প্ৰত্যাশা কলিতাই ৯ জুন তাৰিখে গুগলত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে যোগদান‌ কৰিছে। আইআইটি খড়গপুৰৰ পৰা বিটেক সম্পূৰ্ণ কৰি এমাজনত আঢ়ৈ বছৰ ধৰি কৰ্মৰত আছিল।

হলিনেম স্কুলত শিক্ষা গ্ৰহণ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰত্যাশা কলিতাই পূৰ্বৰ শিৱসাগৰ কলেজ আৰু বৰ্তমানৰ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল।

Recent News

Googleত নিযুক্তি লাভ শিৱসাগৰৰ কন্যা প্ৰত্যাশা কলিতাৰ

Googleত নিযুক্তি লাভ শিৱসাগৰৰ কন্যা প্ৰত্যাশা কলিতাৰ

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

দুৰ্ঘটনাৰ নিশা প্ৰকৃততে কি হৈছিল নম্ৰতাৰ সৈতে? পিতৃৰ বিস্ফোৰক অভিযোগ

দুৰ্ঘটনাৰ নিশা প্ৰকৃততে কি হৈছিল নম্ৰতাৰ সৈতে? পিতৃৰ বিস্ফোৰক অভিযোগ

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd