• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উপ নিৰ্বাচনক লৈ আপৰ কাৰ্যনিৰ্বাহকত দিনজোৰা চৰ্চা; পঞ্চায়ত, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনলৈও আপৰ প্ৰস্তুতি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 22, 2024 8:33 pm
146
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ৫ টাকৈ বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ শাসক-বিৰোধী উভয় শিবিৰৰ মাজত ব্যাপক তৎপৰতা অব্যাহত থকাৰ সময়তে আজি মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হৈছে দলৰ কাৰ্যনিৰ্বাহক বৈঠক।

ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত অনুষ্ঠিত প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত চামগুৰি, বিহালী আৰু ধলাই বিধান সভা সমষ্টিত আপৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ সন্দৰ্ভত দিনজোৰা চৰ্চা হয়। উল্লেখ্য যে ইতিমধ্যে বিহালী আৰু ধলাইত দুগৰাকীকৈ আৰু চামগুৰি বিধান সভা সমষ্টিৰ বাবে চাৰিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলীয় মনোনয়ন লাভৰ বাবে আবেদন পত্ৰ দাখিল কৰিছে।

ৰাজ্যিক কাৰ্যনিৰ্বাহকে গঠন কৰি দিয়া ৭ জনীয়া নিৰ্বাচনী সমিতিয়ে বৃহস্পতিবাৰৰ দিনৰ ভিতৰত প্ৰাৰ্থিত্ব আৰু মনোনয়ন সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। কাৰ্যনিৰ্বাহক সভাত দলৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ স্পষ্ট বক্তব্য, ” আম আদমী পাৰ্টিয়ে কেতিয়াও কোনো দলক পৰাজিত কৰিবলৈ নিৰ্বাচনী ৰণত প্ৰতিদ্বন্দ্বিতা নকৰে। আপে সদায় বিজয়ৰ লক্ষ্য আগত ৰাখি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। আপৰ লক্ষ্য ৰাজনৈতিক ব্যৱস্থাৰ পৰিবৰ্তন।”

আনহাতে বিটিআৰকে ধৰি ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদ সমূহৰ উপৰি অহা ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবেও দলে প্ৰস্তুতি আৰম্ভ কৰিছে। দলৰ গণভিত্তি শক্তিশালী কৰাৰ স্বাৰ্থত শীঘ্ৰেই নতুনকৈ জিলা কমিটি সমূহ গঠনৰ লগতে তৃণমূল কৰ্মী সকলকলৈ বুথ পৰ্যায়লৈ কমিটী গঠনৰ বাবে দলে সিদ্ধান্ত গ্ৰহণ কৰিছে। আগন্তুক দিনত ৰাজ্যৰ প্ৰতিখন জিলাৰ দলীয় কাম-কাজ চোৱা- চিতা কৰাৰ বাবে দলীয় তত্বাৱধায়ক নিযুক্ত কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd