• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যন্ত্ৰৰ প্ৰভাৱে বিপযৰ্স্ত কৰিব মানুহৰ জীৱন, নোহোৱা হ’ব আৱেগ-অনুভূতি : ২০২৫ ক লৈ কি ভৱিষ্যতবাণী দিছিল বাবা ভাংগাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2025 7:10 am
256
VIEWS
Share on FacebookShare on Twitter

তেওঁৰ প্ৰকৃত নাম ভেঞ্জেলিয়া পাণ্ডেভা গেষ্টেৰ’ভা। যদিও বেছিভাগ মানুহেই তেওঁক বাবা ভংগা বুলি চিনি পায়। তেওঁৰ ভৱিষ্যদ্বাণী কৰাৰ ক্ষমতাই বাৰে বাৰে বিশ্ববাসীক আচৰিত কৰি তুলিছে।

এইগৰাকী বুলগেৰিয়ান জ্যোতিষীৰ মৃত্যু হয় ১৯৯৬ চনত। কিন্তু তাৰ আগতে তেওঁ একবিংশ শতিকাৰ কথাও ভৱিষ্যদ্বাণী কৰিছিল। ৯/১১ৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি ৰাজকুমাৰী ডায়েনাৰ মৃত্যুলৈকে, চেৰ্নোবিল দুৰ্যোগৰ পৰা আৰম্ভ কৰি ব্ৰেক্সিটলৈকে তেওঁৰ ভৱিষ্যদ্বাণী আখৰে আখৰে সত্য বুলি প্ৰমাণিত হৈছে।

কিছুদিন পূৰ্বে ম্যানমাৰত সংঘটিত হোৱা ভূমিকম্পৰ সন্দৰ্ভতো বাবা ভংগাই সতৰ্কবাণী দিছিল। তেওঁৰ অনুগামীসকলৰ মতে বাবা ভাঙাই ভৱিষ্যদ্বাণী কৰিছিল যে একবিংশ শতিকাত মানুহ যন্ত্ৰৰ প্ৰতি আকৰ্ষিত হ’ব। এই আকৰ্ষণ ইমানেই বাঢ়িব যে লাহে লাহে ই নিচাৰ পৰ্যায়ত উপনীত হ’ব। মানুহ সম্পূৰ্ণৰূপে মেচিনৰ লগত সংলগ্ন হ’ব। এই বিষয়ে তেওঁ আন কেইবাটাও ভৱিষ্যদ্বাণী কৰিছে।তেওঁৰ অনুগামীসকলৰ মতে বাবা ভাঙাই কৈছে যে যন্ত্ৰৰ প্ৰভাৱত মানুহ ৰবটৰ দৰে হ’ব। মানুহৰ অনুভূতি কমি যাব, আৰু পাৰস্পৰিক সম্পৰ্কৰ বান্ধোন দুৰ্বল হৈ পৰিব। তেওঁৰ ভৱিষ্যতবাণী অনুসৰি ২০২৫ চনত সমগ্ৰ ইউৰোপতে যুদ্ধৰ সূচনা হ’ব। আনকি তেওঁ কৈছিল যে ৫০৭৯ চনত মানৱ সভ্যতা ধ্বংস হ’ব আৰু ইয়াৰ আৰম্ভণি ২০২৫ চনত হ’ব।

Recent News

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd