• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2025 8:56 am
50
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে গগন যানৰ অভিযানৰ প্ৰস্তুতি পূৰ্ণগতিত আৰম্ভ কৰিছে। সেই লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি ইছৰোৱে গগন যানৰ ইঞ্জিন সফলতাৰে পৰীক্ষা কৰিলে। ইছৰোৱে শনিবাৰে ঘোষণা কৰে যে গগন যানৰ অভিযানৰ বাবে নিৰ্মাণ কৰা চাৰ্ভিচ মডিউল প্ৰপালচন চিষ্টেমে (এছএমপিএছ) অৰ্হতা পৰীক্ষাত উত্তীৰ্ণ হৈছে। শুকুৰবাৰে এছ এম পি এছৰ পাৰফৰমেন্স টেষ্ট কৰা হয়। সেই পৰীক্ষাত ইঞ্জিনটোৱে সম্পূৰ্ণ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল।

ইছৰ’ই জনাইছে যে এই পৰীক্ষা ‘ফ্লাইট অৱ নমিনেল মিছন প্ৰফাইল’ৰ বাবে কৰা হৈছিল। ই এখন বিমানৰ উৰণ পথ আৰু অন্যান্য গতি নিয়ন্ত্ৰণ কৰে। সেই ইঞ্জিনৰ সফল পৰীক্ষণক গগনিয়ানৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এক ডাঙৰ কৃতিত্ব বুলি গণ্য কৰা হয়। জনা যায় যে এই ইঞ্জিনে গগণিয়ানক মহাকাশলৈ যোৱাৰ পিছত নিয়ন্ত্ৰণ আৰু আগুৱাই নিব। ইয়াৰ সহায়ত কক্ষপথ সলনি, দিশ সলনি, আৰু মহাকাশযানৰ গতি লেহেমীয়া আৰু ত্বৰান্বিত কৰা হ’ব। ইয়াৰ উপৰিও ই পৃথিৱীলৈ ঘূৰি অহাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াত দুবিধ ইন্ধন ব্যৱহাৰ কৰা হ’ব। বৃহৎ অপাৰেচনৰ বাবে লিকুইড এপ’জি মটৰ ব্যৱহাৰ কৰা হ’ব। থ্ৰাষ্টাৰৰ বাবে বিক্ৰিয়া নিয়ন্ত্ৰণ ব্যৱস্থা ব্যৱহাৰ কৰা হ’ব।

এই মডেলটো ইছৰ’ই কমেও ২৪ বাৰ বিভিন্ন পৰিৱেশত পৰীক্ষা কৰিছে। ইয়াক ১৪ হাজাৰ ছেকেণ্ড চলাই মহাকাশচাৰীৰ বাবে ইঞ্জিন সাজু হৈছে নে নাই পৰীক্ষা কৰা হৈছিল। সম্পূৰ্ণ নম্বৰ লৈ ইঞ্জিনটোৱে সফলতাৰে পৰীক্ষাত উত্তীৰ্ণ হয়। যাৰ অৰ্থ হ’ল ইছৰো এতিয়া মহাকাশচাৰীৰ বাবে নিৰাপদ মহাকাশযান প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

মন কৰিবলগীয়া যে গগন যানৰ অভিযান ভাৰতৰ প্ৰথম মানৱ মহাকাশ যাত্ৰা অভিযান। ইয়াৰ লক্ষ্য ভাৰতৰ হৈ মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰাৰ লগতে মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰা। সেই উদ্দেশ্যে সুভাংশু শুক্লা ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছে। এই গগনিয়ান অভিযানৰ একাধিক পৰ্যায় আছে। যদি সকলো সফলভাৱে সম্পূৰ্ণ হয় তেন্তে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত আমেৰিকা, ৰাছিয়া, চীনৰ পিছতে ভাৰত বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব।

Recent News

মঙলৰ কঠিন মাটিত গংগাতকৈও বিশাল প্ৰাচীন নদীপথৰ অস্তিত্ব বিচাৰি পালে বিজ্ঞানীসকলে!

মঙলৰ কঠিন মাটিত গংগাতকৈও বিশাল প্ৰাচীন নদীপথৰ অস্তিত্ব বিচাৰি পালে বিজ্ঞানীসকলে!

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd