• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ নতুন ৰহস্য! ফৰেনছিক ৰিপ’ৰ্টত চাঞ্চল্যকৰ তথ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2020 8:42 am
WhatsApp Image 2020-08-24 at 8.04.24 AM

সুশান্ত সিং ৰাজপুত । ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তুত নতুনকৈ পোহৰলৈ আহিছে আৰু এক ৰহস্য। ফৰেনছিক ৰিপ’ৰ্টত পোৱা তথ্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।

জানিব পৰা মতে, মৰণোত্তৰ পৰীক্ষা কৰাৰ ১২ঘন্টাৰ পৰা ১৫ঘন্টা পূৰ্বে সুশান্ত সিং ৰাজপুতৰ মৃত্যু হৈছিল।

যোৱা ১৪ জুনত মুম্বাইৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰা হৈছিল সুশান্তৰ ওলমি থকা মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পাছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে মুম্বাইৰ কুপাৰ হাস্পাতললৈ প্ৰেৰণ কৰা হৈছিল।

বাতৰি অনুসৰি, ফৰেনছিক ৰিপ’ৰ্টত প্ৰকাশ পাইছে যে সুশান্তৰ মৃত্যুৰ ১২ৰ পৰা ১৫ঘন্টা পাছত তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল।

আনহাতে, ৰিপ’ৰ্টত কোৱা হৈছে যে যিখন কাপোৰেৰে পাঁচ লগোৱা হৈছিল সেইখন কমেও ২০০ কিলোগ্ৰাম ভৰ সহিব পৰাকৈ মজবুত।

সুশান্তৰ পিতৃৰ অধিবক্তা বিকাশ সিঙে পূৰ্বে অভিযোগ কৰিছিল যে মুম্বাই আৰক্ষীয়ে চলোৱা মৰণোত্তৰ পৰীক্ষাত সময়ৰ কোনো উল্লেখ নাই। অধিবক্তাগৰাকীয়ে সেই বিষয়ে প্ৰশ্ন তুলিছিল।

ইপিনে, বিভিন্ন মহলত প্ৰশ্ন উঠিছে যে সুশান্তৰ প্ৰাক্তন মেনেজাৰ দিশা ছালিয়ানৰ মৃত্যুৰ তিনিদিনত পাছত তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল। কিন্তু সুশান্তৰ ক্ষেত্ৰত ইমান খৰধৰ কৰা হ’ল কিয়?

শনিবাৰে চিবিআইয়ে সুশান্তৰ মৃত্যুৰ গোচৰত তেওঁৰ বন্ধু তথা ক্ৰিয়েটিভ মেনেজাৰ সিদ্ধাৰ্থ পিথানিক জেৰা কৰে।

তেওঁৰ লগতে সুশান্তৰ ৰান্ধনি নীৰজকো জেৰা কৰা হয়। দুয়োজনৰ বক্তৱ্যৰ মাজত চিবিআইয়ে পাৰ্থক্য ধৰা পেলাইছে বুলি জানিব পৰা গৈছে।

গোটেই ঘটনাটোৰ বিতং তদন্তৰ বাবে চিবিআইয়ে ইতিমধ্যে নিজৰ পৰিকল্পনা অনুসৰি আগবাঢ়িছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd