• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বাস্থ্য মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা : কি কি নিৰ্দেশনা মানি জিম খুলিব পাৰিব জানিবলৈ পঢ়ক…

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2020 8:52 pm
tuv-rheinland-gym-equipment_core_2_2_1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত বলৱৎ হোৱাত পৰাই জিম আৰু যোগ কেন্দ্ৰসমূহ বন্ধ হৈ আছে দেশত।

দেশত আনল’ক-৩ আৰম্ভ হোৱাৰ পিছত কিছু নীতি নিয়মৰ মাজেৰে জিম আৰু যোগ কেন্দ্ৰসমূহ খোলা হ’ব বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক নিৰ্দেশনাৰ যোগে ঘোষণা কৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ মতে অহা ৫ আগষ্টৰ পৰা দেশৰ জিম আৰু যোগ প্ৰশিক্ষণ কেন্দ্ৰসমূহ  খুলিব পাৰিব।

এই ক্ষেত্ৰত কি কি নিয়ম মানি চলিব তাৰো নিৰ্দেশনা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে—

  • ৬৫ বছৰ উৰ্দ্ধৰ আৰু ১০ বছৰ অনুৰ্দ্ধ লোক আৰু গৰ্ভৱতী মহিলাই জিম যাব নোৱাৰিব।

  • জিম বা যোগ প্ৰশিক্ষণ কেন্দ্ৰত সকলেৱ ফেছশ্বীল্ড বা মাস্ক পিন্ধিব লাগিব। শৰীৰ চৰ্চা ক্ষেত্ৰত নিশ্বাসজনিত সমস্যা যাতে নহয় তাৰ বাবে পাতল মুখাবৰণ ব্যৱহাৰ কৰিব পাৰিব।

  • সকলোকে আৰোগ্য এপছ ব্যৱহাৰৰ কৰিব লাগিব। আৰু তাতে নিজৰ স্বাস্থ্যৰ সমস্ত আপডেট দিব লাগিব।

  • জিম বা যোগ প্ৰশিক্ষণ কেন্দ্ৰত লোকসকলে ৪ মিটাৰ ব্যৱধান ৰক্ষা কৰি চলিব লাগিব। জিমত ব্যৱহূত সৰঞ্জামসমূহ ৬ ফুট দূৰত্বত থকাটো বাধ্যতামূলক হ’ব।

  • জিমত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে পথত নিৰ্দিষ্ট চিহ্ন দিব লাগিব। যাতে গমন আৰু প্ৰত্যাগমৰ পথ নিশ্চিত হয়।

  • এচিৰ তাপমান ২৪ৰ পৰা ৩০ ডিগ্ৰীৰ মাজত ৰাখিব লাগিব। প্ৰয়োজনত এচি বন্ধ কৰি বাহিৰৰ বতাহ সোমাবলৈ দিব লাগিব।

  • প্ৰৱেশ দ্বাৰত চেনিটাইজাৰ ৰাখিব লাগিব। থাৰ্মাল স্ক্ৰীণিং কৰিব লাগিব। উপসৰ্গহীনসকলেহে প্ৰৱেশ কৰিব পাৰিব।

  • জীমৰ ভিতৰত কাৰোবাৰ ক’ৰ’নাৰ লক্ষণে দেখা দিলে তেওঁক অন্য স্থানলৈ লৈ যাব লাগিব। আৰু সেই পথে কোনো প্ৰৱেশ কৰিব নোৱাৰিব। আৰু লগে লগে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে চৰকাৰী সহায় ল’ব পাৰিব।
Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd