• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“জীৱন ধ্বংস নকৰিব”, অপাৰেশ্যন সিন্দুৰক সমালোচনা কৰি জেললৈ যোৱা ছাত্ৰীক মুক্তিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
May 28, 2025 9:56 am
278
VIEWS
Share on FacebookShare on Twitter

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অপাৰেশ্যন সিন্দুৰক সমালোচনা কৰি সামাজিক মাধ্যম পোষ্ট দিছিল এগৰাকী ছাত্ৰীয়ে। সেইবাবেই গ্ৰেপ্তাৰ কৰা হৈছিল ছাত্ৰীগৰাকীক। আনকি তেওঁক কলেজৰ পৰাও বহিষ্কাৰ কৰা হৈছিল।

তাৰপিছত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ছাত্ৰীগৰাকী। এই গোচৰৰ শুনানিত আদালতে যুৱতীগৰাকীক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশে ৰাজ্য চৰকাৰ আৰু যুৱতীগৰাকীৰ কলেজৰ কৰ্তৃপক্ষক একপ্ৰকাৰে ধমকি দি কয়, “আপোনালোকে কিয় ছাত্ৰীগৰাকীৰ জীৱন ধ্বংস কৰিব খুজিছে?’’

উল্লেখ্য যে ছাত্ৰীগৰাকী পুনেৰ এখন ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়নৰত। ছেমিষ্টাৰৰ পৰীক্ষাও চলি আছে ছাত্ৰীগৰাকীৰ। যোৱা ৭ মে’ত অপাৰেচন সিন্দুৰৰ পিছত যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়াত সমালোচনা কৰি এটা পোষ্ট শ্বেয়াৰ কৰে। ৯ তাৰিখে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। সম্প্ৰতি পুনেৰ য়েৰৱাদা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ছাত্ৰীগৰাকী।

ন্যায়াধীশ গৌৰী গডছেৰ বিচাৰপীঠে কয় যে কোনোবাই নিজৰ অনুভৱ প্ৰকাশ কৰাৰ বাবেই আপুনি কাৰোবাৰ জীৱন ধ্বংস কৰিব বিচাৰে নেকি? কলেজৰ কৰ্তৃপক্ষক ন্যায়ালয়ে প্ৰশ্ন কৰে “আপোনালোকে ছাত্ৰীগৰাকীক কলেজৰ পৰা কেনেকৈ বহিষ্কাৰ কৰিলে?

ছাত্ৰীগৰাকীৰ  অধিবক্তা ফাৰহানা শ্বাহে আদালতত কয় যে কলেজে ছাত্ৰীগৰাকীৰ অধিকাৰ কাঢ়ি লোৱা ​​হৈছে। ছেমিষ্টাৰৰ বাকী থকা পৰীক্ষাবোৰত তাইক বহিবলৈ দিয়া নহল।

এই কথা শুনাৰ পিছত ন্যায়ালয়ে চৰকাৰ, আৰক্ষী আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক কঠোৰ সমালোচনা কৰি ছাত্ৰীগৰাকীক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

Recent News

ঘোষিত বিদেশীক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰাৰ গোচৰত জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ঘোষিত বিদেশীক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰাৰ গোচৰত জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

পাকিস্তানত প্ৰশিক্ষণ লৈ চোৰাংচোৱাগিৰি, ISI লৈ ভাৰতৰ গোপন তথ্য সৰবৰাহ; গ্ৰেপ্তাৰ কাছিম!

পাকিস্তানত প্ৰশিক্ষণ লৈ চোৰাংচোৱাগিৰি, ISI লৈ ভাৰতৰ গোপন তথ্য সৰবৰাহ; গ্ৰেপ্তাৰ কাছিম!

অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ সময়তে যুদ্ধাস্ত্ৰ যোগানক লৈ উদ্বেগ বায়ুসেনাৰ মুৰব্বীৰ

অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ সময়তে যুদ্ধাস্ত্ৰ যোগানক লৈ উদ্বেগ বায়ুসেনাৰ মুৰব্বীৰ

পঞ্জাবক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে আইপিএলৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

পঞ্জাবক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে আইপিএলৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd