• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষকৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰম অসন্মান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ

শিক্ষকসকলৰ দাবী মানি লওকঃ ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2023 7:00 am
2.8k
VIEWS
Share on FacebookShare on Twitter

ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ অনশন আন্দোলনে দশম দিন অতিক্ৰম কৰাৰ পাছতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু এয়া গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰম ভেঙুচালি বুলি আখ্যা দিছে।

ডি ৱাই এফ আইয়ে প্ৰাদেশিকীকৰণ কৰিবলৈ বাকী থকা সকলো ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি চৰ্তহীনভাৱে প্ৰাদেশিকীকৰণ কৰিবলৈ দাবী জনাইছে।

আচৰিত কথা যে চচলত দহ দিন ধৰি অনিৰ্দিষ্টকালীন অনশন চলাই থকা শিক্ষকসকলৰ শাৰীৰিক অৱস্থা ক্ৰমাৎ বেয়াৰ ফালে গতি কৰিছে যদিও চৰকাৰে কোনো গুৰুত্ব দিয়া নাই।

প্ৰচণ্ড শীতৰ মাজত অনশন কৰি থকা শিক্ষকসকলৰ ছয় জনৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে। কিন্তু ইমানৰ পাছতো নিৰ্দয় চৰকাৰখনে কোনো গুৰুত্ব দিয়া নাই, অথচ এইখন চৰকাৰৰ নেতাসকলেই নিৰ্বাচনৰ পূৰ্বে সকলো ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

আনহাতে প্ৰাদেশিকীকৰণৰ নামত একাংশ শিক্ষকৰ টিউটৰ আখ্যা দি চৰম অপমান আৰু অন্যায় কৰা পৰিলক্ষিত হৈছে। প্ৰাদেশিকীকৰণৰ নামত ২,১০৭ খন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৬,৪৮৬ গৰাকী আৰু ১,৬৯৮ খন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৩,৩০৯ গৰাকী শিক্ষকৰ চাকৰি প্ৰাদেশিকীকৰণ কৰি টিউটৰ হিচাপে মৰ্যাদা দিছে। আচৰিত কথা যে সহস্ৰাধিক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো পূৰ্ণপৰ্যায়ৰ কৰ্মচাৰীৰ মৰ্যাদা দিয়াৰ পৰিৱৰ্তে টিউটৰ সদৃশ পদৰ মৰ্যাদা দিছে। এয়া ডাঙৰ অন্যায়। এই অন্যায় বন্ধ কৰি টিউটৰসকলক পূৰ্ণপৰ্যায়ৰ শিক্ষক আৰু কৰ্মচাৰীসকলক পূৰ্ণপৰ্যায়ৰ কৰ্মচাৰীৰ মৰ্যাদা দিবলৈ ডি ৱাই এফ আইয়ে দাবী জনাইছে।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd