• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত বীভৎস গণ ধৰ্ষণৰ মূল অভিযুক্ত হুইৰেম হেৰোদাছৰ ঘৰ জ্বলাই দিলে একাংশ মহিলাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2023 12:52 pm
9.8k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ তিনি মহিলাক বিবস্ত্ৰা কৰি ৰাজপথেৰে খোজকঢ়াই নি গণধৰ্ষণ কৰা ঘটনাৰ মূল অভিযুক্ত হুইৰেম হেৰোদাছ মেইটেইৰ ঘৰ জ্বলাই দিলে একাংশ মহিলাই। 

হাতে-হাতে লাঠি লৈ ঘটনাৰ মূল অভিযুক্ত হেৰোদাছ মেইটেইৰ ঘৰত উপস্থিত হয় ৰাজ্যখনৰ নংপক ছেকমাইৰ একাংশ উত্তেজিত মহিলা।

মণিপুৰ আৰক্ষীয়ে টুইটযোগে জনোৱা মতে এতিয়ালৈকে এই ঘটনাৰ লগত জড়িত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। 

জানিব পৰা মতে, য়াইৰিপক থানাৰ অধীনস্থ পেচি আৱাং লেইকাইৰ মাতৃগৃহত ডাঙৰ-দীঘল হোৱা হুইৰেম হেৰোডাছ এজন বিবাহিত লোক। আনহাতে ভাইৰেল ভিডিঅ’ ৰেকৰ্ডিং কৰা আন এজন অভিযুক্ত য়ুমলেম্বম জীৱনকো একেদিনাই নংপক ছেকমাইত থকা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

পেচি যুৱ উন্নয়ন ক্লাবৰ খেলপথাৰত এক গণ সভা অনুষ্ঠিত কৰি এই অমানৱীয় ঘটনাক গৰিহণা দিয়াৰ লগতে মহিলাৰ বিৰুদ্ধে এনে জঘন্য অপৰাধত জড়িত থকাৰ বাবে পেচি আৱাং লেইকাইৰ পৰা পৰিয়ালসহ হেৰোডাছক বাহিৰ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয়।

লগতে পঢ়কঃ সামাজিক মাধ্যমত বিয়পি পৰা ভূৱা খবৰেই কাল হ’ল নেকি? মণিপুৰৰ ধৰ্ষণৰ আঁৰৰ কাহিনী

Recent News

ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত নাগৰিকত্ব পৰীক্ষাৰ অধিকাৰ আছে নিৰ্বাচন আয়োগৰ: উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল আয়োগৰ

ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত নাগৰিকত্ব পৰীক্ষাৰ অধিকাৰ আছে নিৰ্বাচন আয়োগৰ: উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল আয়োগৰ

পত্নীৰ বিৰুদ্ধে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে মৃতদেহ পুতি থোৱাৰ অভিযোগ

পত্নীৰ বিৰুদ্ধে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে মৃতদেহ পুতি থোৱাৰ অভিযোগ

ৰাজনৈতিক যুঁজ হওক নিৰ্বাচনত, ইডিক কিয় ব্যৱহাৰ কৰা হৈছে? তুলাধুনা উচ্চতম ন্যায়ালয়ৰ

ৰাজনৈতিক যুঁজ হওক নিৰ্বাচনত, ইডিক কিয় ব্যৱহাৰ কৰা হৈছে? তুলাধুনা উচ্চতম ন্যায়ালয়ৰ

চীনৰ আগ্ৰাসন ৰোধৰ বাবে লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত নতুন পথ নিৰ্মাণ

চীনৰ আগ্ৰাসন ৰোধৰ বাবে লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত নতুন পথ নিৰ্মাণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd