• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

কবিজনাৰ মৃত্যুৰ পিছতেই এই চিঠিখন খোলাৰ কথা আছিল যদিও পৰিয়ালৰ নিবেদনক্ৰমে আদ্যশ্ৰাদ্ধৰ পিছত চিঠিখন খোলাৰ সিদ্ধান্ত লৈছিল সাংবাদিকগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2023 7:25 am
204
VIEWS
Share on FacebookShare on Twitter

২০০৪ চনতে কবি নীলমণি ফুকনে জ্যেষ্ঠ সাংবাদিক নিত্য বৰাৰ হাতত তুলি দিছিল এটি বন্ধ লেফাফা। লেফাফাৰ ওপৰত লিখা আছিল – খামটো মই যোৱাৰ পিছত খুলিবা। বিশ্বাসটো ৰাখিবা।

সদ্য প্ৰয়াত কবি নীলমণি ফুকনৰ সেই বিশেষ খামটোৰ ভিতৰত থকা চিঠিখন মুকলি কৰা হ’ব আজি। আজি দিনৰ ১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাবে তথা ৰাজহুৱাকৈ এই বিশেষ চিঠিখন মুকলি কৰা হ’ব। কবিজনাৰ মৃত্যুৰ পিছতেই এই চিঠিখন খোলাৰ কথা আছিল যদিও পৰিয়ালৰ নিবেদনক্ৰমে আদ্যশ্ৰাদ্ধৰ পিছত চিঠিখন খোলাৰ সিদ্ধান্ত লৈছিল সাংবাদিকগৰাকীয়ে।

এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, মৃত্যুৰ পিছতহে খুলিবা বুলি কৈ থৈ যোৱা সেই লেফাফাটোৰ ভিতৰত থকা চিঠিখনত কি আছে? জানিব পৰা মতে অসমীয়া সাহিত্যৰ এক কলা ইতিহাসৰ অধ্যায় আছে সেই চিঠিখনত।

সত্তৰ দশকত কোনো জ্যেষ্ঠ সাহিত্যকৰ্মীয়ে নীলমণি ফুকনক কবিতা চুৰিৰ অভিযোগেৰে অসমীয়া সাহিত্যৰ পৰা নোহোৱা কৰি দিবলৈ খুজিছিল। কোনো অস্তিত্ব নথকা নথকা আলোচনী এখনৰ গইনা লৈ কবিতা চুৰিৰ মিছা নাটক ৰচিছিল ফুকনৰ প্ৰতিভাত জ্বলি পুৰি ডেই যোৱা কেইজনমান সাহিত্যকৰ্মীয়ে।

অৱশ্যে কবি নীলমণি ফুকনে নিজা প্ৰচেষ্টাত সেই অভিযোগ মিছা বুলি প্ৰমাণ কৰি নিজকে দোষমুক্ত কৰিছিল। কিন্তু তেতিয়া কবিগৰাকীয়ে কোৱা নাছিল সেই ষড়যন্ত্ৰকাৰী সকল কোন। হয়তো এই চিঠিৰ জৰিয়তেই কবি নীলমণি ফুকনে লিখি থৈ গৈছে সেই ষড়যন্ত্ৰকাৰী সকলৰ নাম। আজি খোলা হ’ব সেই চিঠিখন।

Recent News

জয়ন্ত মল্লৰ বিৰুদ্ধে সৰৱ গুৱাহাটী প্ৰেছ ক্লাৱ : সাংবাদিকক অপমান কৰা কাৰ্যক তীব্ৰ গৰিহণা

জয়ন্ত মল্লৰ বিৰুদ্ধে সৰৱ গুৱাহাটী প্ৰেছ ক্লাৱ : সাংবাদিকক অপমান কৰা কাৰ্যক তীব্ৰ গৰিহণা

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd