• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

’খেল এতিয়াও শেষ হোৱা নাই’-পাকিস্তান সন্দৰ্ভত ৱাছিম আক্ৰমৰ ইংগিতেই সত্য হ’ল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2022 5:48 pm
291
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পৰামৰ্শ অনুসৰিয়েই দেশখনৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে সংসদ ভংগ কৰি দিছে। ইয়াৰ পূৰ্বে দেশখনৰ নিম্ন সংসদৰ উপাধ্যক্ষ কাছিম খান সুৰিয়ে অনাস্থা প্ৰস্তাৱ নাকচ কৰে।

ইমৰাণ খানৰ সংসদ ভংগৰ পৰামৰ্শই একপ্ৰকাৰ বিৰোধীসকলক হতচকিত কৰি তুলিছে।

এই সন্দৰ্ভত ইমৰাণ খান চৰকাৰৰ প্ৰসংগত এসময়ৰ সতীৰ্থ ক্ৰিকেটাৰ ৱাছিম আক্ৰমৰ ইংগিতেই  সত্য হ’ল নেকি সেয়া চৰ্চাৰ মাজলৈ আহিছে। শনিবাৰে অনাস্থা প্ৰস্তাৱ সম্পৰ্কত আক্ৰমে কৈছিল যে ‘খেল এতিয়াও শেষ হোৱা নাই’।

লগতে পঢ়ক: পাকিস্তানৰ সংসদ ভংগ কৰিলে ৰাষ্ট্ৰপতিয়ে; পুনৰ দেশৰ জনসাধাৰণৰ ৰায় ল’ব ইমৰাণ খানে

ইমৰাণৰ খানৰ সংকটৰ সময়ত কাষত থিয় দিছে প্ৰাক্তন পাকিস্তানী বেগী বলাৰগৰাকী। আক্ৰমে টুইট কৰি লিখিছে, ‘’তেওঁৰ নেতৃত্বৰ বাবে, যুঁজ আৰু জয়ৰ বাবে জন্ম হৈছে। নিজৰ বাবে নহয়, তেওঁ যাক প্ৰতিনিধিত্ব কৰিছে তেওঁলোকৰ বাবে। তেওঁ ক্ষমতা, কৃতিত্বৰ বাবে যুঁজ দিয়া নাই, এইটোৱে তেওঁৰ ভাগ্য। খেলা এতিয়াও শেষ হোৱা নাই।‘’

পাকিস্তানৰ সংসদ ভংগৰ পিছত এতিয়া পৰৱৰ্তী ৯০ দিনৰ ভিতৰত দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। তেতিয়ালৈ  ইমৰাণ খানেই দেশখনৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব।    

Recent News

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd