• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদ্যালয়ৰ পৰা মুছলীম অধ্যক্ষক আঁতৰাবলৈ ভয়ংকৰ কাণ্ড : বিদ্যালয়ৰ পানী টেংকিত বিহ মিহলালে শ্ৰীৰাম সেনাই

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 5, 2025 6:48 pm
47
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকৰ এখন চৰকাৰী বিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বিদ্যালয়খনৰ মুছলমান অধ্যক্ষক চাকৰিৰ পৰা নিলম্বন্ব কৰাবলৈ বিদ্যালয়খনৰ পানীৰ টেংকিত দুষ্ট চক্ৰই বিহ মিহলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনাত ১২ গৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰিছে। ইতিমধ্যে আৰক্ষীয়ে মূল অভিযুক্তকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। সোঁপন্থী সংগঠনৰ নাম ‘শ্ৰী ৰাম সেনা’নাম সাঙুৰ খাইছে এই ঘটনাৰ লগত।

যোৱা ১৪ জুলাইত কৰ্ণাটকৰ বেলাগাৱী জিলাৰ এখন চৰকাৰী বিদ্যালয়ত সংঘটিত হৈছিল এই ঘটনা। চুলেমান গৰিনায়েকে নামৰ শিক্ষকগৰাকীয়ে যোৱা ১৩ বছৰ ধৰি সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে কাম কৰি আহিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ উদ্দেশ্য আছিল অধ্যক্ষ চুলেমানৰ ভাবমূৰ্তি কলংকিত কৰি আন এখন বিদ্যালয়লৈ বদলি কৰা। অঞ্চলটোত আতংকৰ সৃষ্টি কৰিব বিচাৰিছিল অভিযুক্তই।

এই ঘটনাত ১২ গৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰিছে। যদিও বৰ্তমান তেওঁলোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে। কিন্তু এই ঘটনাই সকলোৰে মাজত আতংক বিয়পাই দিছে। অভিভাৱকসকলে নিজৰ সন্তানক স্কুললৈ পঠিয়াবলৈ ভয় কৰা হৈছে।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰক সোধা-পোছা কৰাৰ পিছত জানিব পৰা গৈছে যে তেওঁৱেই বিদ্যালয়খনৰ পানীৰ টেংকি বিষাক্ত দ্ৰব্যৰে দ্ৰৱীভূত কৰিছিল।

আৰক্ষীৰ সূত্ৰইও জানিব পাৰিছে যে শিশুটিয়ে হেঁচাত এই কাম কৰিছিল। সাগৰ পাটিল আৰু নগান পাটিল নামৰ দুজন যুৱক এই কাণ্ডৰ মাষ্টাৰমাইণ্ড।

জানিব পৰা মতে, সাগৰ পাটিল শ্ৰী ৰামসেনা দলৰ তালুক পৰ্যায়ৰ সভাপতি। ঘটনাৰ মূল অভিযুক্ত হিচাপে তেওঁক চিনাক্ত কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে আৰক্ষীয়ে সাগৰ, নগান আৰু কৃষ্ণ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। জেৰাৰ সময়ত সাগৰে কয় যে বিদ্যালয়খনৰ মুৰব্বী এজন মুছলমান, তেওঁ এই কথা সহ্য কৰিব নোৱাৰিলে। সেইবাবেই তেওঁ এই কাৰ্য্য কৰিছিল।

Recent News

ভাই ৰন্টু…! ৰন্টু পানীফুকনলৈ লিখা চিঠিত কি লিখিলে অখিল গগৈয়ে!‎

ভাই ৰন্টু…! ৰন্টু পানীফুকনলৈ লিখা চিঠিত কি লিখিলে অখিল গগৈয়ে!‎

বিদ্যালয়ৰ পৰা মুছলীম অধ্যক্ষক আঁতৰাবলৈ ভয়ংকৰ কাণ্ড : বিদ্যালয়ৰ পানী টেংকিত বিহ মিহলালে শ্ৰীৰাম সেনাই

বিদ্যালয়ৰ পৰা মুছলীম অধ্যক্ষক আঁতৰাবলৈ ভয়ংকৰ কাণ্ড : বিদ্যালয়ৰ পানী টেংকিত বিহ মিহলালে শ্ৰীৰাম সেনাই

শ্বিলঙৰ-ডাউকী পথত মৰ্মান্তিক দুৰ্ঘটনা! ঘাইপথত সুৰক্ষা চিহ্ন স্থাপনৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ

শ্বিলঙৰ-ডাউকী পথত মৰ্মান্তিক দুৰ্ঘটনা! ঘাইপথত সুৰক্ষা চিহ্ন স্থাপনৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ

উত্তৰাখণ্ডৰ ভয়ানক বান :  আচম্বিতে হোৱা দুৰ্যোগত ৪ জন মৃত্যু, নিৰুদ্দেশ ৫০ গৰাকী

উত্তৰাখণ্ডৰ ভয়ানক বান :  আচম্বিতে হোৱা দুৰ্যোগত ৪ জন মৃত্যু, নিৰুদ্দেশ ৫০ গৰাকী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd