• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বেন ৱাৰ্ণৰ বায়’পিকৰ অন্তৰংগ দৃশ্যত “অঘটন”! হাতৰ গাঁঠি ভাঙিল অভিনেত্ৰীৰ, মূৰ ফাটিল অভিনেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2023 1:40 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

6k
VIEWS
Share on FacebookShare on Twitter

শ্বেন ৱাৰ্ণৰ জীৱনকলৈ মিনি ছিৰিজ। তাৰেই শ্বুটিং চলিছিল। কিন্তু এটা দৃশ্যৰ শ্বুটিং কৰি থাকোঁতে সংঘটিত হয় অঘটন! দৃশ্যটো আছিল এক অন্তৰংগ দৃশ্যৰ। আৰু সেই দৃশ্য ৰূপায়ন কৰি থাকোঁতে শ্বেনৰ চৰিত্ৰত অভিনয় কৰা এলেক্স উইলিয়ামছৰ মূৰ ফাটি গ’ল। প্ৰাক্তন পত্নীৰ চৰিত্ৰত অভিনয় কৰা মাৰ্নি কেনেডীৰ হাতৰ গাঁঠি ভাঙি গ’ল! ঘনিষ্ঠ দৃশ্য এটাৰ ৰূপায়নত এনে কৰুণ পৰিণতি সঁচাকৈয়ে কল্পনাতীত। কিন্তু এইটো কেনেকৈ ঘটিল?

সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই বিষয়টো পোহৰলৈ আহিছে। জনা গৈছে যে অষ্ট্ৰেলিয়াৰ কিংবদন্তি ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণক লৈ এখন মিনি ছিৰিজ নিৰ্মাণ কৰা হৈছে। অষ্ট্ৰেলিয়াৰ চেনেল নাইনে প্ৰযোজনা কৰিছে এই ধাৰাবাহিকখন। সেই ধাৰাবাহিকখনত এলেক্স উইলিয়ামছে শ্বেনৰ চৰিত্ৰত অভিনয় কৰিছে। প্ৰাক্তন পত্নী ছিমন কেলাহানৰ চৰিত্ৰত আছে মাৰ্নি কেনেডী।

লগতে পঢ়ক: দেশৰ ন্যায়িক ব্যৱস্থাক আক্ৰমণ তথ্য চুৰিত অভিযুক্ত ট্ৰাম্পৰ; সমৰ্থকক ঐক্যবদ্ধ হোৱাৰ আহ্বান

বিচনাৰ অন্তৰংগ দৃশ্য এটাৰ শ্বুট কৰা হৈছিল। কিন্তু সেই বিচনাখন ইমান ‘ঘাতক বিচনা’ কেনেকৈ হ’ল? মাৰ্নীয়ে কয়, “আমি এটা কৰিড’ৰৰ মাজেৰে আহি আছিলো। কথা আছিল আমি তাৰ পৰা বেডৰুমলৈ লৰালৰিকৈ সোমাই বিচনাখনত জপিয়াই পৰিম। কিন্তু এনে কপাল, দুয়োজনে ভুল লক্ষ্যত জপিয়াই পৰিলো।”

আৰু তাৰ ফলতেই মূৰ ফটা আৰু হাতৰ গাঁঠি ভাঙি যোৱাৰ দুৰ্দশা! সেই ঘটনাৰ কথা ক’বলৈ গৈ হতাশাৰ সৈতে মাৰ্নীয়ে কয়, “অৱশেষত আমি জৰুৰীকালীন কক্ষত বহি থাকিব লগা হ’ল। তেওঁৰ মূৰত বেণ্ডেজ লগোৱা হৈছে। আৰু মোৰ হাতৰ গাঁঠিও বেণ্ডেজেৰে ঢাকি থোৱা।”

লগতে পঢ়ক: চাৰি দশকৰ পিছত ৰহস্যৰ সমাধান; ৪০ বছৰ পূৰ্বৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ সন্দেহজনক অপৰাধী!

শ্বেন ৱাৰ্ণৰ ওপৰত মিনি ছিৰিজখনক লৈ যথেষ্ট কৌতুহলৰ সৃষ্টি হৈছে। কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ ছমাহৰ ভিতৰতে চেনেল নাইনে ঘোষণা কৰিছিল যে বিখ্যাত লেগস্পিনাৰগৰাকীক কেন্দ্ৰ কৰি দুটা খণ্ডৰ মিনি ছিৰিজ নিৰ্মাণ কৰা হ’ব। সেই ধাৰাবাহিকখনৰ অন্তৰংগ দৃশ্যৰ শ্বুটিঙৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা!

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd