• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত নিষিদ্ধঘোষিত ‘টু ফিংগাৰ টেষ্ট’ অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক উচ্চতম ন্যায়ালয়ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 20, 2024 5:41 pm
ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত নিষিদ্ধঘোষিত ‘টু ফিংগাৰ টেষ্ট’ অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক উচ্চতম ন্যায়ালয়ৰ
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘টু ফিংগাৰ টেষ্ট’ অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক দিছে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে ধৰ্ষিতা মহিলাৰ স্বাস্থ্য পৰীক্ষাৰ লগত সম্পৰ্কিত পদ্ধতি ‘টু ফিংগাৰ টেষ্ট’ক ২০১৩ চনতে নিষিদ্ধ কৰিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু এই পদ্ধতি ন্যায়ালয়ে নিষিদ্ধ কৰাৰ পিছতো মেঘালয়ত অব্যাহত আছে ‘টু ফিংগাৰ টেষ্ট’।

উল্লেখ্য যে ধৰ্ষণৰ পৰীক্ষাৰ বাবে কৰা এই ‘টু ফিংগাৰ টেষ্ট’ক ইয়াক গোপনীয়তা আৰু মৰ্যাদাৰ গুৰুতৰ উলংঘা বুলি অভিহিত কৰি ন্যায়ালয়ে ২০১৩ চনতে এই পদ্ধতিক নিষিদ্ধ কৰিছিল। 

কিন্তু এই আওপুৰণি পৰীক্ষা পদ্ধতিটোক মেঘালয় চৰকাৰে এতিয়াও অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক দি শীঘ্ৰেই এই পদ্ধতি বন্ধ কৰিবলৈ সকীয়াই দিছে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে ২০১৪ চনত স্বাস্থ্য মন্ত্ৰালয়ে এই পৰীক্ষাক অবৈধ ঘোষণা কৰি স্পষ্ট নিৰ্দেশনা জাৰি কৰাৰ পাছতো দেশৰ বিভিন্ন ৰাজ্যত এই পৰীক্ষা অব্যাহত ৰখা হৈছে।
আদালতে পুনৰ কয় যে হাইমেনৰ উপস্থিতিক মহিলাৰ কুমাৰীত্বৰ সৈতে তুলনা কৰাতো উচিত নহয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

August 15, 2025 11:26 am
জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

August 15, 2025 10:04 am
অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

August 15, 2025 9:16 am
‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

August 15, 2025 8:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

August 15, 2025 11:26 am
জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

August 15, 2025 10:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd