• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আইচক্ৰীমত মাতৃদুগ্ধৰ সোৱাদ! নৱতম আৱিষ্কাৰে বিশ্বজুৰি সৃষ্টি কৰিছে আলোড়নৰ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2025 6:27 pm
148
VIEWS
Share on FacebookShare on Twitter

শিশুৰ বৃদ্ধিৰ ক্ষেত্ৰত মাতৃদুগ্ধৰ বিকল্প নাথাকে। সেইবাবেই চিকিৎসকেও নৱজাতকক মাতৃদুগ্ধেৰে ডাঙৰ-দীঘল কৰিবলৈ উৎসাহিত কৰে। কিন্তু মাতৃদুগ্ধৰ সোৱাদ কেনেকুৱা হয় কোনেও ক’ব নোৱাৰে। অৱশ্যে আমেৰিকাৰ শিশু সামগ্ৰীৰ ব্ৰেণ্ড ‘ফ্ৰিডা’ই নতুন উদ্যোগ গ্ৰহণ কৰিছে। মাতৃদুগ্ধৰ সোৱাদযুক্ত আইচক্ৰীম মুকলি কৰিবলৈ ওলাইছে কোম্পানীটোৱে। প্ৰায় সকলোৱেই ষ্ট্ৰবেৰী, ভেনিলা, চকলেটকে ধৰি বিভিন্ন সোৱাদৰ আইচক্ৰীম খোৱাত অভ্যস্ত। আইচক্ৰীমৰ এই নতুন সোৱাদৰ কথা শুনিবলৈ তেওঁলোকে ৰৈ থাকিব নোৱাৰে। কিন্তু সংগঠনটোৱে স্পষ্টকৈ উল্লেখ কৰিছে যে সন্তান জন্ম হ’বলৈ ৯ মাহ সময় লাগে। ঠিক তেনেকৈয়ে মাতৃদুগ্ধৰ সোৱাদযুক্ত আইচক্ৰীম খাবলৈ অপেক্ষা কৰিব লাগে।

মাতৃদুগ্ধ অমূল্য। গতিকে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে মাতৃদুগ্ধৰ পৰা তৈয়াৰী কোনো খাদ্যৰ অনুমোদন নিদিয়ে। গতিকে ‘মাতৃদুগ্ধৰ আইচক্ৰীম’ প্ৰকৃত মাতৃদুগ্ধৰ পৰা তৈয়াৰ কৰা নহয়। ‘ফ্ৰিডাৰ’ দাবী যে এই আইচক্ৰীমত মাতৃদুগ্ধৰ পুষ্টিকৰ মূল্য নাই। কেৱল সোৱাদৰ অনুকৰণ কৰা হৈছে। ইয়াৰ উপৰিও আইচক্ৰীমত মিঠাই থাকিব। লগতে নিমখীয়াও হ’ব পাৰে।

View this post on Instagram

A post shared by Frida Mom (@fridamom)

শেহতীয়াকৈ কোম্পানীটোৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰি সকলোকে এই আইচক্ৰীমৰ বিষয়ে অৱগত কৰা হৈছিল। স্বাভাৱিকতে সেই ভিডিঅ’টো সকলোতে বিয়পি পৰিল। বহুতে আগ্ৰহেৰে অপেক্ষা কৰি আছে আইচক্ৰীমৰ এই নতুন সোৱাদটো চেষ্টা কৰিবলৈ। একাংশই বাৰে বাৰে সুধিছে কেতিয়া উপলব্ধ হ’ব। অৱশ্যে কোম্পানীটোৱে ৯ মাহৰ আগতে উপলব্ধ নহ’ব বুলি উল্লেখ কৰিছে। অনলাইনযোগে অৰ্ডাৰ দিবলৈও পৰামৰ্শ দিছে কোম্পানীটোৱে। কিন্তু কিছুমানে যথেষ্ট বিৰক্ত হৈছে। তেওঁলোকে কয় যে এইটো সংগঠনটোৱে মানুহক বোকা পানী খুৱাবলৈ কৰা অপপ্ৰচাৰৰ কৌশলৰ বাহিৰে আন একো নহয়। সেয়েহে এপ্ৰিল ফুল দিৱসৰ দিনা এই ভিডিঅ’টো পোষ্ট কৰিব লাগিছিল বুলিও নেটিজেনৰ এটা অংশই সংস্থাটোক পৰামৰ্শ দিয়ে।

Recent News

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd