• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰ নগৰৰ এটা অঞ্চল ৫ দিনে ডুব গৈ আছে দিখৌ নদীৰ পানীত; কাণসাৰ নাই প্ৰশাসনৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 25, 2020 8:20 am
IMG-20200624-WA0008

ফটো: নৰ্থইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ নগৰৰ এটা অঞ্চল বিগত ৫দিন ধৰি দিখৌ নদীৰ পানীত ডুব গৈ আছে। কিন্তু এই বিষয়ত চৰকাৰ তথা পৌৰ বিভাগে কোনো কাণসাৰ দিয়া নাই।

শিৱসাগৰৰ ফুকন নগৰ মেটেকাঘাটৰ ৯ টা পৰিয়ালে আৰু কিমান দিন চকুলো টুকিব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

এইটো অঞ্চল শিৱসাগৰ নগৰৰ ১৪ নং ৱাৰ্ডৰ। অঞ্চলটোত আজি দীৰ্ঘদিন ধৰি দিখৌ নদীৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও জিলা প্ৰশাসন, পৌৰসভা তথা জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব দিয়া নাই।

উল্লেখ্যে যে এই অঞ্চলটোত পুৰণা দিখৌৰ মথাউৰিৰ কিছু নিলগত আন এটা মথাউৰি নিৰ্মাণ কৰাৰ বাবে ৯ টা পৰিয়াল দুয়োটা মথাউৰিৰ মাজত সোমাই পৰাত  অঞ্চলটোত দিখৌ নদীৰ পানী জমা হৈ পৰে ।

ইয়াৰ বাবে এই ৯ টা পৰিয়াল ৭/৮ দিন ধৰি পানীৰ মাজত থাকিব লগীয়া হয়।

মঙলবাৰে সাংসদ তপন কুমাৰ গগৈ অঞ্চলটোলৈ আহিছিল যদিও সমস্যাটোৰ কোনো স্থায়ী সমাধানৰ কথা নকলে সাংসদজনে।

ৰাইজৰ অভিযোগ সাংসদ গৰাকীয়ে বিচৰা হ’লে ৪ বা ৫ টা পাম্প লগাই জমা হৈ থকা পানী সিচি দুৰ্ভগীয়া পৰিয়াল কেইটাক সকাহ দিব পাৰিলেহেতেন।

কিন্তু সাংসদ গৰাকীয়ে ৰাইজক কোনো আশ্বাসয়েই প্ৰদান নকৰিলে। যাৰ বাবে ক্ষোভিত হৈ আছে ৰাইজ।

আজি চাৰি পাঁচ দিন পানীৰ মাজত থকা পৰিয়াল কেইটাক চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা পানীৰ বটল এটাও প্ৰদান কৰা নাই বুলি অভিযোগ কৰে স্থানীয় ৰাইজে।

সাংসদ,মন্ত্ৰী-বিধায়ক, নেতা-পালিনেতা কেৱল ভোটৰ বাবেহে অঞ্চলটোলৈ আহে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে।

ইপিনে বুধবাৰে ফুকন নগৰ মেটেকা ঘাটৰ এই অঞ্চলটোৰ কাষত থিয় দিলে ‘সতীৰ্থ ৯৭’ য়ে। প্ৰায় ২৫ টা পৰিয়ালৰ ১০০ ব্যক্তিক দুপৰীয়াৰ সাজ যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিয়ে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ ৯৭’ বৰ্ষৰ ছাত্ৰসকলে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd