• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে হয়তো নিজেই বুজি পাইছে যে কৰ্মসংস্থাপনৰ বিষয়ত কেন্দ্ৰই কোনো উদ্যোগ লোৱা নাই বাবেই যুৱক-যুৱতীৰ এক বৃহৎ অংশই বিজেপি এৰিছে। সেয়ে মোডী চৰকাৰে যোৱা বছৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত ‘ৰোজগাৰ মেলা’ৰ আয়োজন কৰি নিয়োগৰ আভুৱা ভাৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 3, 2023 9:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কথাৰ সদাগৰ নৰেন্দ্ৰ মোডীয়ে কথা মতে কৰিব পৰা নাই কাম। দেশৰ বিভিন্ন চৰকাৰী বিভাগত খালী হৈ পৰি আছে লাখ লাখ পদ। বহু বছৰ ধৰি নিযুক্তি দিয়া হোৱা নাই এইসমূহ পদত। যাৰ বাবে কৰ্মৰত চাকৰিয়াল সকলৰ ওপৰত কামৰ অধিক বোজা পৰাৰ লগতে সময় মতে হোৱা নাই বিভিন্ন চৰকাৰী কাম।

সমগ্ৰ দেশৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত সৰ্বাধিক খালী পদ আছে ৰে’ল মন্ত্ৰালয়ৰ। ৰে’লৱেত খালী হৈ আছে প্ৰায় ২.৯৩ লাখ পদ। দেশৰ সীমান্ত আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্বত থকা মন্ত্ৰালয় দুটা – প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় খালী পদৰ ক্ষেত্ৰত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে হয়তো নিজেই বুজি পাইছে যে কৰ্মসংস্থাপনৰ বিষয়ত কেন্দ্ৰই কোনো উদ্যোগ লোৱা নাই বাবেই যুৱক–যুৱতীৰ এক বৃহৎ অংশই বিজেপি এৰিছে। সেয়ে মোডী চৰকাৰে যোৱা বছৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত ‘ৰোজগাৰ মেলা’ৰ আয়োজন কৰি নিয়োগৰ আভুৱা ভাৰিছে।

বৃ্হস্পতি বাৰে ৰাজ্যসভাত বিৰোধীৰ প্ৰশ্নৰ উত্তৰত চৰকাৰে কয় যে যোৱা ৰোজগাৰ মেলাত প্ৰায় লাখ লাখ লোকে চাকৰি পাইছে।

ৰাজ্যসভাত আপৰ সাংসদ সঞ্জয় সিঙে উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত শ্ৰম মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে এই মুহূৰ্তত সমগ্ৰ দেশতে চৰকাৰী চাকৰিৰ পদ খালী হৈছে ৯,৭৯,৩২৭টা। তাৰ ভিতৰত খালী পদৰ অধিকাংশই ৰেলৱেত।

ৰে’লৱেত থকা খালী পদৰ সংখ্যা হৈছে ২,৯৩,৯৪৩ টা। আনহাতে প্ৰতিৰক্ষা মন্ত্ৰালয়ত খালী হৈছে ২,৬৪,৭০৬টা পদ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত খালী হৈছে ১,৪৩,৫৩৬টা পদ।

ইয়াৰ পিছতো চৰকাৰৰ দাবী যে প্ৰতি তিনি–চাৰি মাহৰ মূৰে মূৰে দেশৰ বিভিন্ন প্ৰান্তত ৰোজগাৰ মেলা অনুষ্ঠিত হৈ আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am
অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd