• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কোনো কেলেংকাৰী হোৱা নাই, মোৰ সততাই হৈছে মোৰ সৰ্বোত্তম শক্তি’ কেজৰিৱাল

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
January 4, 2024 6:05 pm
377
VIEWS
Share on FacebookShare on Twitter

‘আপোনালোকে য়োৱা দুবছৰে সুৰা সুৰা কেলেংকাৰী বুলি শুনিছে, কিন্তু কোনো কেলেংকাৰী হোৱা নাই, আমি সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত।… মোৰ সততাই হৈছে মোৰ সৰ্বোত্তম শক্তি’ ইডিয়ে গ্ৰেপ্তাৰ কৰিব বুলি চৰ্চা চলি থকাৰ সময়তে দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদ মাধ্যমক উদ্দেশ্যি এইদৰে কয়।

এইদৰে মোদী চৰকাৰৰ বিৰুদ্ধে এই বিষোদগাৰ প্ৰকাশ কৰি যে দিল্লীত কোনো সুৰা কেলেংকাৰী সংঘটিত হোৱা নাই। যদি সুৰাৰ কেলেংকাৰী সংঘটিত হৈছে তেনে কিয় ইডিৰ কথিত ২০০ কোটিৰ কেলেংকাৰীৰ এটকাও কোটি ধন উদ্ধাৰ কৰিব পৰা নাই বুলিও প্ৰশ্ন কেজৰিৱালৰ।

উল্লেখ্য, ইখনৰ পিছত সিখনকৈ EDৰ চনম অপেক্ষা কৰাৰ পাছত আজি এক সংবাদ মেল সম্বোধন কৰি এইদৰে কয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

কেজৰিৱালৰ দাবী যে বিজেপি চৰকাৰে EDক অপ্ৰয়োগ কৰি তেওঁক গ্ৰেপ্তাৰৰ চেষ্টা চলাইছে। আৰু অপ্ৰয়োগ কৰি ইতিমধ্যে তেওঁৰ সতীৰ্থ মনীষ চিচ’দিয়া, সৈতেন্দ্ৰ জৈন, সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰি ৰাখিছে।

তেওঁ লগতে কয় যে দিল্লীত কোনো সুৰা কেলেংকাৰী সংঘটিত হোৱা নাই। এয়া হৈছে বিজেপিৰ ষড়যন্ত্ৰৰহে অংশ।

ইফালে আপ নেত্ৰী অতিশিয়ে বুধবাৰে নিশা টুইট কৰি দাবী কৰিছিল যে EDএ অৰবিন্দ কেজৰিৱালৰ বাসগৃহত তালাচী চলাব আৰু সম্ভৱতঃ তেওঁক গ্ৰেপ্তাৰো কৰিব। ইয়াৰ পাছতে আপ বিধায়ক সৌৰৱ ভৰদ্বাজেও টুইট কৰি কয় যে শুনা গৈছে যে কাইলৈ ​​পুৱা ইডিয়ে মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘৰত উপস্থিত হৈ তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ ওলাইছে।

ইয়াৰ বিপৰীতে বৃহস্পতিবাৰে পুৱা কেজৰিৱালৰ বাসগৃহৰ নিৰাপত্তা কটকটীয়া কৰাও হয়। নিৰাপত্তা বাহিনীয়ে কেজৰিৱালৰ বাসগৃহ ঘেৰি ৰখাত তেওঁক গ্ৰেপ্তাৰ কৰাতো নিশ্চিত বুলিয়েই আশংকা কৰা হৈছিল।

কিন্তু বৃহস্পতিবাৰে EDএ কেজৰিৱালৰ বাসগৃহত তালাচী নচলালে। ইয়াৰ বিপৰীতে কেজৰিৱালে সংবাদ মেল সম্বোধন কৰি বিজেপি চৰকাৰে ED ক অপ্ৰয়োগ কৰি তেওঁক গ্ৰেপ্তাৰৰ ষড়যন্ত্ৰ কৰাৰ বুলি দাবী কৰিছে।

Recent News

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

ইউক্ৰেইনৰ কেন্দ্ৰত প্ৰৱেশ কৰিছে ৰাছিয়াৰ সেনা! যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই প্ৰথম, দাবী মস্কোৰ

ইউক্ৰেইনৰ কেন্দ্ৰত প্ৰৱেশ কৰিছে ৰাছিয়াৰ সেনা! যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই প্ৰথম, দাবী মস্কোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd