• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিডনি,হাওঁফাও আৰু মগজুত তেজৰ মখা বনাইছে কৰ’না ভাইৰাছে! উদ্বিগ্ন চিকিৎসক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2020 3:56 pm
proxy1.baaz.com

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছে গোটেই বিশ্বতে সংহাৰ সৃষ্টি কৰাৰ সময়তে এই ভাইৰাছবিধৰ বিষয়ে বহু নতুন তথ্য ক্ৰমাৎ পোহৰলৈ আহিবলৈ লৈছে।

শেহতীয়াভাৱে পোহৰলৈ আহিছে যে কৰ’না ভাইৰাছে কিডনি, হাওঁফাও আৰু মগজুৰ দৰে গুৰুত্বপূৰ্ণ অংগত তেজৰ মখা বন্ধাই দিয়ে।

এই ঘটনা প্ৰত্যক্ষ কৰি চিকিৎসকসকলো উদ্বিগ্ন হৈ পৰিছে।

মাৰ্চৰ শেহৰ ফালে আমেৰিকাৰ নিউয়ৰ্কত কৰ’না ক্ষিপ্ৰ গতিত বিয়পিবলৈ আৰম্ভ কৰাৰ সময়তে মাউন্ট ছিনাই হাস্পাতলৰ চিকিৎসকে কৰ’না আক্ৰান্ত ৰোগীৰ তেজত পৰিৱৰ্তন লক্ষ্য কৰে।

তেওঁলোকে দেখা পায় যে সংক্ৰমণ ঘটা ৰোগীৰ দেহৰ তেজত তেজৰ মখা বান্ধিছে।ভাইৰাছে শৰীৰক বিনষ্ট কৰি দিব পৰা এইটো এটা বিপদজনক দিশ।

মাউন্ট ছিনাই হাস্পাতলৰ নেফ্ৰ’লজিষ্টসকলে দেখিলে যে কিডনিত তেজৰ মখা জমা হৈছে আৰু ইয়াৰ ফলত ডায়েলেছিছ প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হৈছে।

ইপিনে, মেকানিকেল ভেন্টিলেটৰত কোভিড-১৯ ৰোগীৰ তদাৰক কৰি থকা শ্বাসৰোগ বিশেষজ্ঞ (পাল্মোন’লজিষ্ট)ই লক্ষ্য কৰে যে হাওঁফাওৰ অংশ ৰক্তহীন হৈ পৰিছে।

নিউৰ’চাৰ্জনসকলে তেজত মখা জমা বন্ধাৰ কাৰণে ষ্ট্ৰ’কৰ ঘটনা বৃদ্ধি পোৱা লক্ষ্য কৰে। ৰোগীসকলৰ ভিতৰত কেইবাজনো কম বয়সৰ আছিল আৰু প্ৰায় আধা ৰোগী কৰ’না পজিটিভ আছিল।

হাস্পাতালখনৰ নিউৰোচাৰ্জন ডাঃ জে মোক্কোই এক সাক্ষাৎকাৰত জানিবলৈ দিয়ে যে এয়া অতি গুৰুত্বপূৰ্ণ যে এই ভাইৰাছে তেজৰ মখা বনাব পাৰে। তেওঁ কয় যে কিছুমান ঘটনাত কৰ’না ৰোগ এবিধ হাওঁফাওৰ ৰোগতকৈয়ো অধিক এটা মাৰাত্মক ৰোগ। কৰ’না ভাইৰাছৰ এজন ৰোগীৰ প্ৰথম লক্ষণ ষ্ট্ৰ’ক হিচাপে সন্মুখলৈ আহিছিল।

একাংশ বিশেষজ্ঞই যেতিয়া তেজৰ খমা বন্ধ লক্ষ্য কৰিলে তেতিয়া চিকিৎসা প্ৰকৰণত পৰিৱৰ্তন আনে। ৰোগীৰ তেজ পাতল কৰাৰ বাবেও দৰৱ দিবলগীয়া হ’ল। হাস্পাতলখনৰ  মুৰব্বী ডাঃ ডেভিড ৰেছে কয়,’’ যদি তেজত মখা বান্ধিৱলৈ নিদিয়ে তেতিয়া বিপদটো কমি যায়।‘’

অৱশ্যে, নতুন প্ৰট’কল অনুসৰি অতি বিপদজনক অৱস্থাত থকা ৰোগীৰ তেজ পাতল কৰা দৰৱ দিয়া হোৱা নাই কিয়নো ইয়াৰ ফলত মগজু বা আন অংগত ৰক্তক্ষৰণ হ’ব পাৰে।

হাস্পাতালখনত তিনি সপ্তাহত দেখা যায় যে ষ্ট্ৰ’কৰ ৩১জন ৰোগীৰ মগজুত তেজৰ ডাঙৰ মখা বান্ধিছে। সাধাৰণতে ইমানদিনে যিমান ৰোগী আহিছিল তাতকৈ এই সংখ্যা দ্বিগুণ আছিল। ইয়াৰ ভিতৰত পাঁচজনৰ বয়স ৪৯তকৈয়ো কম আছিল।সাধাৰণতে কম বয়সৰ লোকৰ ষ্ট্ৰ’কৰ বিপদ কম হয়। ইয়াৰে এজন ৰোগীৰ বয়স আছিল মাত্ৰ ৩১বছৰ। উল্লেখযোগ্য যে ৰোগীসকলৰ আধা সংখ্যক আছিল কৰ’না ভাইৰাছ আক্ৰান্ত ৰোগী।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am
স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

September 19, 2025 10:38 am
তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am
স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

September 19, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd