• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিলচৰ ৰে’ল ষ্টেশ্যনত তিৰুৱনন্তপুৰম এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড

by
June 9, 2019 11:30 am
1.1k
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা হঠাতে শিলচৰ ৰে’ল ষ্টেশ্যনত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ষ্টেশ্যনটোত ৰৈ থকা শিলচৰ-তিৰুৱনন্তপুৰম এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ৰে’লখনত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে ষ্টেশ্যনটোত হুৱাদুৱা লাগে।

ঘটনাৰ বিৱৰণি মতে ষ্টেশ্যনটোৰ ৩ নম্বৰ প্লেটফৰ্মত ৰৈ থকা শিলচৰ-তিৰুৱনন্তপুৰম এক্সপ্ৰেছ ৰে’লখনৰ তিনিটাক ডবাত সংঘটিত হয় এই অগ্নিকাণ্ড। পেণ্ট্ৰিকাৰৰ ডবাটোৰ লগতে কাষতে থকা দুটা ডবাটো জুই লাগে।

ফলত সম্পূৰ্ণৰূপে তিনটা ডবা ভস্মীভূত হৈ পৰে। অৱশ্যে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লখনৰ ডবাকেইটাত কোনো যাত্ৰী নাছিল বাবে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

আনহাতে ঘটনাৰ সন্দৰ্ভত অৱগত হৈ অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰাৰৰ চেষ্টা চলায়।

ডবাকেইটাত কি দিৰে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল এই কথা বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই। ইফালে অগ্নিকাণ্ডৰ ফলত কোটি টকাৰ সামগ্ৰী নষ্ট হোৱা বুলি জানিব পৰা গৈছে।

Recent News

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

ৰয়টাৰকে ধৰি দুহেজাৰ একাউণ্ট ব্লক কৰিবলৈ কৈছিল ভাৰত চৰকাৰে : স্পষ্টীকৰণ ইলন মাস্কৰ

ৰয়টাৰকে ধৰি দুহেজাৰ একাউণ্ট ব্লক কৰিবলৈ কৈছিল ভাৰত চৰকাৰে : স্পষ্টীকৰণ ইলন মাস্কৰ

কেনিয়াত হিংসাত্মক প্ৰতিবাদ : নাইৰোবিত ১১ জন নিহত, ৫৬৭ জন গ্ৰেপ্তাৰ

কেনিয়াত হিংসাত্মক প্ৰতিবাদ : নাইৰোবিত ১১ জন নিহত, ৫৬৭ জন গ্ৰেপ্তাৰ

৯ জুলাইৰ শ্ৰমিক সংগঠনৰ ধৰ্মঘটলৈ ডি ৱাই এফ আইৰ পূৰ্ণ সমৰ্থন

৯ জুলাইৰ শ্ৰমিক সংগঠনৰ ধৰ্মঘটলৈ ডি ৱাই এফ আইৰ পূৰ্ণ সমৰ্থন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd