• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এই বিষাক্ত মাছটোৰ এটোপাল বিষে ধ্বংস কৰি দিব পাৰে এখন সমগ্ৰ চহৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2020 1:18 pm
1592476493

বিষাক্ত ষ্ট'ন ফিছ।

50.5k
VIEWS
Share on FacebookShare on Twitter

প্ৰকৃতি বহু বিস্ময়ৰ ভাণ্ডাৰ। ইয়াত এনে কিছুমান গঠনৰ তথা আচৰণৰ প্ৰাণী আছে যি সঁচাকৈয়ে ৰহস্যজনক।

সাগৰত পোৱা এনে কিছুমান বিভিন্ন প্ৰজাতিৰ মাছ আছে যি নিজস্ব বৈশিষ্ট্যৰে পৰিচিত। এনে এবিধ বিষাক্ত মাছ ষ্ট’ন ফিছ হৈছে এক আতংকৰ নাম। ইয়াৰ এটোপাল বিষে এখন সমগ্ৰ চহৰ ধ্বংস কৰি দিব পাৰে।

ষ্ট’ন ফিছ দেখিবলৈ শিলৰ দৰে। বেছিভাগ মানুহেই ইয়াক চিনিব নোৱাৰি ইয়াৰ গ্ৰাসত পৰে।

আনকি ভুলতে যদি কাৰোবাৰ ভৰি এই মাছৰ ওপৰত পৰে তেতিয়া ইয়াৰ ওপৰত পৰা ভৰৰ সমান বিষ ই উলিয়াই দিয়ে।

এই বিষ ইমানেই ভয়ংকৰ যে যদি ই ভৰিত লাগে, তেন্তে ভৰিখন কাটি পেলাব লাগিব আৰু হযতো অলপ অসাৱধানতাৰ ফলত মৃত্যুকো সাৱটি লগা হ’ব পাৰে।

মাছটোৱে ০.৫ছেকেণ্ডৰ মূৰে মূৰে ইয়াৰ বিষ নিৰ্গত কৰিব পাৰে। এটা চকুৰ পিৰিকৰ সময়তে এই বিষ মাছটোৱে উলিয়াই দিব পাৰে।

মাছটোৰ এই বিষ ইমানেই ভয়ংকৰ যে যদি ইয়াৰ এটোপাল এখন চহৰৰ পানীত মিহলি হৈ পৰে তেনেহ’লে চহৰখনৰ সকলো মানুহৰ মৃত্যু হ’ব পাৰে।

কোনো মানুহ যদি এই মাছটোৰ বিষৰ সংস্পৰ্শলৈ আহে তেতিয়াহ’লে তেওঁৰ মৃত্যু নিশ্চিত। কেবল ভগবানেহে তেওঁক ৰক্ষা কৰিব পাৰে।

এই মাছবিধ বিশ্বত পোৱা সকলো মাছতকৈ সম্পূৰ্ণ সুকীয়া চৰিত্ৰৰ। দেখিবলৈ ই মাছটোৰ নিচিনা নহয়, শিলটোৰ নিচিনাহে।

মাছটোৰ ওপৰৰ খোলাটো দেখিবলৈ মানুহৰ মুখৰ দৰে। সঁচাকৈয়ে পৃথিৱীৰ বিচিত্ৰ প্ৰাণী এইটো।

Recent News

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখাৰ ষড়যন্ত্ৰ! ভোটাৰ তালিকাৰ পৰা বাদ পৰিল তেজস্বী যাদৱৰ নাম

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখাৰ ষড়যন্ত্ৰ! ভোটাৰ তালিকাৰ পৰা বাদ পৰিল তেজস্বী যাদৱৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd