• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ সাংসদে নহয়, বিজেপি বাৰ্তাই মুখ্যমন্ত্ৰী সজালে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক

কামাখ্যা প্ৰসাদ তাছাকে মুখ্য মন্ত্ৰী বুলি দাবী বিজেপি বাৰ্তাৰ সম্পাদকৰ; ‘এয়া ছপাৰ ভুল নহয়’ দাবী বিজেপি বাৰ্তাৰ সম্পাদকৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 2, 2020 8:14 pm
c388e15c-9f73-484c-bdb3-03f87f68e9b3
1.6k
VIEWS
Share on FacebookShare on Twitter

সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে যদি প্ৰশ্ন কৰা হয় অসমৰ মুখ্যমন্ত্ৰী কোন? তেন্তে পোনপটীয়াকৈ তপৰাই উত্তৰ দিব সৰ্বানন্দ সোণোৱাল।

অৱশ্যে তেজপুৰৰ সাংসদ পদ্মলোচন দাসে তেওঁৰ সভা-সমিতিয়ে দিয়া বক্তব্যৰ সময়ত বা সংবাদ মাধ্যমৰ সন্মুখত দিয়া বক্তব্যত জিভা পিছল খাই অসমৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰিছিল।

কিন্তু এইবাৰ বিজেপিৰ মাহেকীয়া হিচাপত প্ৰকাশ পোৱা মুখপত্ৰত মুখ্য মন্ত্ৰী সজোৱা হ’ল স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।

বিজেপিৰ মুখপত্ৰ ‘অসমীয়া বিজেপি বাৰ্তা’ৰ শেষ পৃষ্ঠাত প্ৰকাশিত এখন বিশেষ ফটো। যিখন ফটোৰ কেপচনত লিখা আছে ‘মুখ্য মন্ত্ৰীৰ কোৱাৰেন্টাইন চেন্টাৰ প্ৰদৰ্শন।‘ য’ত নেকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতি কোনোপধ্যেই ধৰিব পৰা নাযায়।

অৱশ্যে ফটোখনত স্বাস্থ্য মন্ত্ৰীৰ কাষত অৰ্থাৎ সোঁফালে প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাক দেখিবলৈ পোৱা গৈছে। তাৎপয্যপূৰ্ণভাৱে সেই মুখখন মুখ্যমন্ত্ৰীৰ বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত দাবী কৰিলে বিজেপি বাৰ্তাৰ সম্পাদক ড০ দেৱদত্ত বৰকটকীয়ে।

তেওঁক সেইগৰাকী কামাখ্যা প্ৰসাদ তাছা বুলি আমাৰ সাংবাদিকে সোঁৱৰাই দিছিল যদিও তেওঁ সেই কথা মানি ল’ব বিচৰা নাছিল।

ইয়াৰোপৰি এয়া এক ছপাৰ ভুল নেকি বুলি বৰকটকীক সোধাত তেওঁ নহয় বুলিহে দাবী কৰে।

১১ মে’ত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ পৰিদৰ্শন কৰি থকা অৱস্থাত

ইপিনে, সেই পৃষ্ঠাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰ প্ৰদৰ্শন কৰাৰ ফটো প্ৰকাশিত হৈছিল যি ফটোখনৰ কেপচন দিয়া হৈছিল ‘গুৱাহাটীত মুখ্য মন্ত্ৰীৰ কোৱাৰেন্টাইন চেন্টাৰ প্ৰদৰ্শন।’

তাৎপৰ্যপূৰ্ণভাৱে প্ৰকাশিত ফ’টোখনৰ কেপচনতে অন্য এক ভুল পোহৰলৈ আহিছে। যোৱা ১১ মে’ত তোলা এই ফটোখনত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত দি উল্লেখ কৰিছিল যে তেওঁ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত ৫০খন বিচনাযুক্ত অত্যাধুনিক আই চি ইউ উদ্বোধন কৰিছিল।

কিন্তু ফ’টোখনত ‘মুখ্যমন্ত্ৰীৰ কোৱাৰেন্টাইন চেন্টাৰ প্ৰদৰ্শন’ কৰা বুলি কেপচনত ভুলকৈ প্ৰকাশ কৰা হৈছে।

ইয়াৰোপৰি, জানিব পৰা মতে সেই সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙত ব্যস্ত আছিল।

উক্ত দিনটোত অৰ্থাৎ ১১ মে’ৰ দিনা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে চতুৰ্থ পৰ্যায়ৰ ল’কডাউন সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সযোগে আলোচনাত মিলিত হৈছিল।

প্ৰশ্ন হয়, কাৰ ভুলৰ বাবে স্বাস্থ্য মন্ত্ৰীক বাৰে বাৰে মুখ্যমন্ত্ৰী সজোৱাৰ দৰে মাৰাত্মক ভুলবোৰ কৰি আহিছে শাসকীয় বিজেপি দলৰ নেতা-পালিনেতাই?

উল্লেখ্য যে, আজি প্ৰকাশ পাইছিল বিজেপিৰ

Recent News

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd