• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ল’কডাউনে নতুন উন্মাদনা আনিছে দীঘলী পুখুৰীলৈ; হাজাৰ হাজাৰ চৰাইৰ মাতেৰে মুখৰিত চৌপাশ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 31, 2020 6:12 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছে বৰ্তমান সময়ত ভয়াবহ ৰূপ ধাৰণ কৰিছে।

ইটালী, চীন, স্পেইন, আমেৰিকা আদিৰ দৰে দেশৰ পাছত শেহতীয়াভাৱে ভাৰতো ক’ৰ’না ভাইৰাছৰ গুৰুতৰ সংক্ৰমণৰ কৱলত পৰিছে।

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই বৰ্তমান সময়ত ১৪০০ অধিক হৈছে আৰু ৪০ গৰাকী লোক এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু মুখত পৰিছে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ মাৰ্চত সমগ্ৰ দেশত ২১ দিনীয়া ল’কডাউন ঘোষণা কৰিছিল।

এই ল’কডাউনৰ সুপ্ৰভাৱ প্ৰত্যক্ষৰূপত প্ৰকৃতিৰ ওপৰত পৰিছে। দীঘলীয়া প্ৰদূষণৰ পাছত ক্ৰমাৎ যেন প্ৰকৃতিয়ে উশাহ ল’বলৈ সময় লাভ কৰিছে।

ল’কডাইনৰ ফলত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগীৰতো এক শান্ত পৰিবেশে বিৰাজ কৰিছে।

গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীত জনসমাগম হ্ৰাস পোৱা বাবে বিভিন্ন চৰাই-চিৰিকতিৰে ভৰি পৰিছে ঐতিহাসিক পুখুৰীটো।

জাকে জাকে বিভিন্ন পৰিভ্ৰমী চৰাইৰে বৰ্তমান ভৰি পৰিছে দীঘলীপুখুৰীৰ চৌপাশ।

মানুহেৰে ভৰি থকা দীঘলীপুখুৰী হাজাৰ হাজাৰ শৰালি হাঁহেৰে ভৰি থকাৰ লগতে ইয়াৰ চৌপাশে থকা গছ-গছনিবোৰো কুলি-কেতেকীৰে ভৰি পৰিছে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে এইবাৰ অসমীয়া লোকে বহাগ বিহু উদযাপনৰ পৰা বঞ্চিত হ’বলগীয়া হ’ব লগা হলেও অসমৰ প্ৰকৃতিয়ে এইবাৰ কিন্তু সম্পূৰ্ণ স্বাধীন আৰু নিজস্ব ৰসেৰে বহাগ বিহুক আদৰিব।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd