• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শোণিতপুৰত জব্দ বাঘৰ ছাল-হাড়: তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2023 5:52 pm
tiger skin and bone seized in Assam
1.2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত চলি আছে বন্য জন্তুৰ দেহৰ অংগৰ চোৰাং কাৰবাৰ। কু-চক্ৰই ৰাজ্যৰ মাজেৰে অব্যাহত ৰাখিছে বন্য জন্তুৰ দেহৰ অংগৰ অবাধ সৰবৰাহ। আজি শোণিতপুৰ জিলাৰ ইটাখোলাৰ সমীপত ডাইৰেক্টৰেট অৱ ৰেভিনিউ ইণ্টেলিজেন্স, চমুকৈ DRI- ৰ বিষয়াই বাঘৰ ছাল আৰু হাড়সহ তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰে।

এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এই অসাধু চক্ৰটোক ধৰা পেলায় অভিযানকাৰী দলটোৱে। অৱশ্য উদ্ধাৰ হোৱা বাঘৰ অংগসমূহ চোৰাং চিকাৰৰ দ্বাৰা হত্যা কৰা বাঘৰ হয় নে নহয়, সেয়া এতিয়াও নিশ্চিত কৰা হোৱা নাই।

জব্দকৃত এই অংগসমূহ অৰুণাচল প্ৰদেশৰ ভালুকপুঙৰ পক্কে বাঘ সংৰক্ষিত বনাঞ্চলৰ পৰা অনা বুলি সন্দেহ কৰা হৈছে। লগতে বাঘৰ ছালখন পৰীক্ষা কৰি কৰ্তৃপক্ষই বাঘটো ‘ৰয়েল বেংগল টাইগাৰ’ প্ৰজাতিৰ বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইফালে ধৃত চক্ৰটোৰ তিনিগৰাকীৰ ভিতৰত দুগৰাকী অসমৰ আৰু আনগৰাকী অৰুণাচল প্ৰদেশৰ বুলি জানিব পৰা গৈছে। অবৈধ ব্যৱসায়ৰ লক্ষ্যৰে বাঘটো ধৃত তিনিগৰাকী লোকে সৰবৰাহ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে কৰ্তৃপক্ষই।

উল্লেখ্য যে, শেহতীয়া কিছুদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইদৰে সৰবৰাহ কৰা জীৱিত বন্য জন্তুৰ লগতে জন্তুৰ দেহৰ অংগ উদ্ধাৰ কৰা হৈছে। সূত্ৰ অনুসৰি, অসাধু চক্ৰই আন্তঃৰাষ্ট্ৰীয় বজাৰত অবৈধ ব্যৱসায়ৰ লক্ষ্যৰে এইদৰে সৰবৰাহ কৰিছে বন্যপ্ৰাণীসমূহ।

Recent News

এটা সুস্থ জীৱন কামনা কৰে যদি এৰক ৰক্তচাপ বৃদ্ধি কৰা এই ৩ বিধ খাদ্য

এটা সুস্থ জীৱন কামনা কৰে যদি এৰক ৰক্তচাপ বৃদ্ধি কৰা এই ৩ বিধ খাদ্য

২ লাখ টকাৰ নন-ৰিফাণ্ডেবল ট্ৰেভেল বুকিংৰ পিছতো ChatGPT-ৰ সহায়ত লাভ কৰিলে ৰিফাণ্ড! সামাজিক মাধ্যমত দাবী এগৰাকী ব্যৱহাৰকাৰীৰ

২ লাখ টকাৰ নন-ৰিফাণ্ডেবল ট্ৰেভেল বুকিংৰ পিছতো ChatGPT-ৰ সহায়ত লাভ কৰিলে ৰিফাণ্ড! সামাজিক মাধ্যমত দাবী এগৰাকী ব্যৱহাৰকাৰীৰ

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd