• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খাৰঘূলি জল বিস্ফোৰণ: তিনিজনীয়া তদন্ত সমিতি গঠন, নিহতৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2023 7:29 pm
Guwahati
1.1k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ খাৰগুলি অঞ্চলত বৃহস্পতিবাৰে পানী যোগানৰ পাইপ ফাটি যোৱাৰ ফলত সৃষ্টি হোৱা জল বিস্ফোৰণ ঘটনাৰ তদন্তৰ বাবে তিনিজনীয়া এখন সমিতি গঠন কৰা হৈছে।

এই সন্দৰ্ভত অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে এক অধিসূচনা প্ৰকাশ কৰি তিনিজনীয়া পেনেলে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব বুলি উল্লেখ কৰিছে।

অসম চৰকাৰৰ সচিব প্ৰবিত্ৰ ৰাম খাউণ্ড নেতৃত্বাধীন উক্ত সমিতিখনত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সচিব ৰমেন্দ্ৰ সুন্দৰ চৌধুৰী আৰু জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা সঞ্জয় কুমাৰ মহন্ত সদস্য হিচাপে থাকিব।

তদন্ত পেনেলৰ তথ্যৰ প্ৰতিবেদন দাখিল কৰিবলৈ তিনিদিনৰ সময় দিয়া হৈছে। উল্লেখ্য যে, এই বিস্ফোৰণৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে বহুকেইগৰাকী লোক আহত হৈছিল।

লগতে বহুকেইটা বাসগৃহৰ ক্ষতিসাধন হোৱাৰ উপৰিও পানীয়ে উটুৱাই নিছিল বহু বাহন। নতুনকৈ সংযোগ কৰা পাইপৰ জৰিয়তে পানী যোগান পৰীক্ষাৰ বাবে ভালভ খুলি দিয়াৰ সময়তে এই বিস্ফোৰণ ঘটে বুলি উল্লেখ কৰা হৈছিল।

কিন্তু প্ৰকাশিত এক সূত্ৰৰ মতে, পাইপত বিস্ফোৰণ ঘটা অংশটো নতুনকৈ সংযোগ কৰা হোৱা নাছিল। এই বিষয়ক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰিছে ক্ষতিগ্ৰস্ত লোকসকল।

ইফালে, এই ঘটনাত নিহত মহিলাগৰাকীৰ পৰিয়াললৈ ২ লাখ টকাৰ অৰ্থসাহায্য ঘোষণা কৰিছে অসম চৰকাৰে। লগতে আহতসকললৈ ২০ হাজাৰকৈ টকা সাহায্য আগবঢ়োৱা বুলি মন্ত্ৰী যোগেন মোহনে ঘোষণা কৰিছে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd