• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এটি কলি দুটি পাত; অসমৰ চাহৰ সোৱাদ দিবলৈ অসমীয়া যুৱকৰ প্ৰচেষ্টাত ভাৰতৰ বজাৰত উপলব্ধ হ’ল ‘উল্লা টি’

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 3, 2020 4:57 pm
9.2k
VIEWS
Share on FacebookShare on Twitter

চাহৰ জুতি লৈ ভালপোৱা লোক সকলক অসমৰ বাগানৰ চাহৰ প্ৰকৃত সোৱাদ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহিছে টিটিএলটি ইণ্ডিয়া প্ৰা: লিমিটেড নামৰ এটি থলুৱা প্ৰতিষ্ঠান।

শিৱসাগৰৰ  যুৱক উপমন্যু বৰকাকতি,  অংশুমান ভৰালী আৰু তেওঁলোকৰ দলে বহু গৱেষণা কৰি আৱিস্কাৰ কৰিছে অসমৰ বাগনৰ কেঁচা চাহৰ পাতেৰে প্ৰস্তুত কৰা ‘উল্লা টি’ নামৰ এবিধ চাহৰ।

দুয়োগৰাকী যুৱকৰ প্ৰচেষ্ঠাত অসমৰ চাহৰ এই ক্ষুদ্ৰ প্ৰতিষ্ঠানটো গঢ়ি উঠিছে। প্ৰতিষ্ঠানটোত প্ৰায় ৫০ জন থলুৱা যুৱক যুৱতী নিয়োজিত হৈ থকাৰ লগতে বহু কেইজন ক্ষুদ্ৰ চাহ খেতিয়কো জড়িত হৈ আছে।

বৰ্তমান গ্ৰিন টি, গ্ৰিন টি তুলসী, ৱাইট টি আৰু ব্লেক টি এই চাৰিটা ফ্লেভাৰত উপলব্ধ হৈ আছে উল্লা টি।

এটা ট্ৰু ডিপচৰ দাম প্ৰায় ২৪ ৰ পৰা ২৭ টকা আৰু এটা ট্ৰু ডিপচত দুকাপ চাহ প্ৰস্তুত কৰিব পাৰে।

অন্য গ্ৰীন টিৰ দৰে গৰম পানীত চাৰি মিনিট ডুবাই ৰাখি প্ৰস্তুত কৰিব পাৰে এইবিধ চাহ।

বৰ্তমান অনলাইনৰ জড়িয়তে ট্ৰু ডিপ চাহ বিক্ৰী কৰা হৈছে। অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ গ্ৰাহকে এই চাহ ক্ৰয় কৰিছে বুলি জানিবলৈ দিয়ে উল্লা টিৰ স্বত্বাধিকাৰী উপমান্যু বৰকাকতিয়ে।

আপুনি যদিহে ট্ৰু ডিপচৰ সোৱাদ লব বিচাৰে তেন্তে www.woolahtea.com ৰ জড়িয়তে অন লাইনত অৰ্ডাৰ কৰিব পাৰে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd