• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি গুৱাহাটীত উপস্থিত হ’ব বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2018 9:14 am
aa-Cover-76kh73tj8rgcbnnupl6k2kgve6-20180524173041.Medi

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি

385
VIEWS
Share on FacebookShare on Twitter

২১ অক্টোবৰত বৰ্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ। মেচখনত ঘৰুৱা দল ভাৰতৰ বিপক্ষে মুখামুখি হ’ব ৱেষ্ট ইণ্ডিজ। আৰু সেই উদ্দেশ্যেই আজি গুৱাহাটীত উপস্থিত হ’ব বিৰাট কোহলি নেতৃ্ত্বাধীন টীম ইণ্ডিয়া ।

জানিব পৰা মতে ভাৰতীয় দলটো দুপৰীয়া ১ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব আৰু তাৰ পৰাই পোনে পোনে হোটেল ৰেডিছন ব্লুলৈ ৰাওনা হ’ব। উল্লেখ্য যে আলহী দল ৱেষ্ট ইণ্ডিজৰ সাতগৰাকী খেলুৱৈ সোমবাৰতে গুৱাহাটীত উপস্থিত হৈছে আৰু বাকী কেইজন সদস্য আজি ভাৰতীয় টীমৰ সৈতে একেলগে আহিব।

সোমবাৰে হায়দৰাবাদৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হোৱা ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলটোৰ সদস্য কেইগৰাকী হ’ল এছলে নাৰ্ছ, মাৰ্লন ছেমুৱেলছ, চন্দৰপল হেমৰাজ, অ’বেদ মেককয়, ফেবিয়ান এলেন, ওছানে থমাছ আৰু ৰ’ভমান পাৱেল।  এই সাতগৰাকী খেলুৱৈয়ে আজি বিয়লি অনুশীলনত নামিব বুলি জানিব পৰা গৈছে।

আনহাতে আজি গুৱাহাটীত উপস্থিত হ’বলগীয়া ভাৰতীয় দলটোৱে কাইলৈহে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুশীলনত অংশ ল’ব।

উল্লেখযোগ্য যে ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাটোৰ প্ৰথমখন মেচৰ বাবে গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে দুয়োটা দলৰ খেলুৱৈসকলৰ বাবে জেড পৰ্যায়ৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। ইফালে মেচখনৰ বাবে অসম ক্ৰিকেট সন্থা সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd