• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লাদেন ঘনিষ্ঠকে ধৰি হুজিৰ তিনি শীৰ্ষ নেতা জালত ||ঢাকা

চাইদ বচিৰ by চাইদ বচিৰ
October 3, 2019 5:32 pm
Top HUJI militants arrested in Dhaka

লাদেনৰ ছবি ৱিকিমিডিয়া কমনছৰ। কাষত আটিকুল্লাৰ প্ৰাপ্ত ছবি।

5.1k
VIEWS
Share on FacebookShare on Twitter

ঢাকা মেত্ৰ’পলিটান আৰক্ষীৰ জালত পৰিছে অ’চামা বিন লাদেন আৰু তালিবান মুৰব্বী মোল্লা ওমৰৰ ঘনিষ্ঠ আতিকুল্লা ওৰফে আছাদুল্লা ওৰফে জুলফিকৰকে ধৰি হুজিৰ তিনিজন শীৰ্ষ নেতা।

নৰ্থইষ্ট নাওক ডিএমপিৰ বিষয়াই জনোৱা মতে, তেওঁলোকৰ সন্ত্ৰাসবাদ-বিৰোধী গোটে ঢাকাৰ খিলাখেত নিকুঞ্জ-২ এলেকাত শেহতীয়াকৈ চলোৱা অভিযানত হৰকত উল জিহাদ অল ইছলামী (হুজি)ৰ সন্ত্ৰাসবাদীকেইজনক আটক কৰিছে।

“তালাচীটো অতৰ্কিত আছিল আৰু আমাৰ আবেষ্টনী আছিল নিখুঁত। সন্ত্ৰাসবাদীকেইজনৰ পলায়নৰ চেষ্টা বিনা প্ৰতিৰোধে বিফল কৰা হয়,” বিষয়াগৰাকীয়ে জনায়।

গ্ৰেপ্তাৰ হোৱা আতিকুল্লা হুজিৰ সাংগঠনিক সম্পাদক আৰু তেওঁ সন্ত্ৰাসবাদী সংগঠনটোৰ প্ৰাক্তন মুৰব্বী মুফটি আব্দুল হান্নানৰ সৈতে ঘনিষ্ঠভাৱে কাৰ্য্যকলাপ চলাইছিল।

হান্নানক বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাক হত্যাৰ চেষ্টা চলোৱাৰ ঘটনাৰ অভিযোগত ইতিমধ্যে আটক কৰা হৈছে।

বাংলাদেশী চোৰাংচোৱাৰ সূত্ৰ মতে, ধৃত আতিকুল্লাই লাদেন আৰু ওমৰৰ সৈতে পাকিস্তানত বহুবাৰ বৈঠকত মিলিত হৈছিল।

তেওঁৰ আই এছ আই আৰু পাকিস্তানী সেনা বিষয়াৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল।

“তেওঁ এক ‘হিউজ কেচ্চ’,” এক শীৰ্ষ চোৰাংচোৱা বিষয়াই জনাইছে।

আতিকুল্লাৰ সৈতে আটক হোৱা আন দুজন হৈছে মহম্মদ বঢ়ানুদ্দিন আৰু মহম্মদ নাজিমুদ্দিন।

আফগান জিহাদৰ পৰা ঘূৰি অহাসকলক লৈ হুজি-বাংলাদেশ গঠন হৈছিল।

লাদেনৰ নিৰ্দেশত বাংলাদেশত চৰকাৰ ওফৰাই শ্বৰিয়ত শাসন প্ৰতিষ্ঠাৰ বাবে সংগঠনটোৱে কাম কৰি আহিছে।

Recent News

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd