• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ত্ৰিপুৰাত বিজেপি মিত্ৰজোঁট আইপিএফটিয়ে নিৰ্বাচনত নিজাববীয়াকৈ আগবঢ়াব প্ৰতিদ্বন্দ্বিতা

পিনাকী দাস by পিনাকী দাস
March 17, 2019 9:29 am
IMG_20190316_200037

আইপিএফটিৰ সাধাৰম সম্পাদক তথা ত্ৰিপুৰা চৰকাৰৰ বন মন্ত্ৰী মেৱৰ কুমাৰ জামাতিয়াি শনিবাৰে সংবাদমেলত বক্তৱ্য ৰাখিছে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আসন্ন লোকসভা নিৰ্বাচনত ত্ৰিপুৰাৰ বিজেপি মিত্ৰজোঁট আইপিএফটিয়ে লোকসভা নিৰ্বাচনত নিজাববীয়া প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। শনিবাৰে দলটোৰ কেন্দ্ৰীয় সমিতিৰ এখন জৰুৰী বৈঠকৰ পাছত এখন সংবাদমেলৰ জৰিয়তে দলৰ নেতৃত্বই এই কথা ঘোষণা কৰে।

আইপিএফটিৰ সভাপতি এন চি দেববাৰ্মা আৰু সাধাৰণ সম্পাদক মেৱৰ কুমাৰ জামাতিয়াৰ ধৰি দলৰ জ্যেষ্ঠ নেতৃত্ব শনিবাৰে সন্ধিয়া দশৰথ দেব হলত অনুষ্ঠিত সংবাদমেলখনত উপস্থিত থাকে।

জামাতিয়াই কয় যে তেওঁলোকে এক জনজাতীয় দল হিচাপে বিজেপিক অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰাজ্যখনৰ দুটা সমষ্টিৰ এটা পূব ত্ৰিপুৰা সমষ্টিটো এৰি দিয়াৰ বাবে আহ্বান জনাইছিল যদিও বিজেপিয়ে তেওঁলোকৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে।

এনেকুৱা পৰিস্থিতিত তেওঁলোকে দলৰ সমৰ্থকসকলৰ আবেগক সন্মান জনাই দুয়োখন আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাহিৰে আন বিকল্প নাই।

তেওঁ পূব ত্ৰিপুৰাৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে এন চি দেববাৰ্মাৰ নাম আৰু পশ্চিম ত্ৰিপুৰাৰ বাবে শুক্লা চৰণ নোৱাটিয়াৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।

জামাতিয়াই জানিবলৈ দিয়ে যে তেওঁলোকে এতিয়াও বিজেপিৰ বাবে আলোচনাৰ দুৱাৰ খোলা ৰাখিছে আৰু যদি বিজেপিয়ে পূব ত্ৰিপুৰাৰ পৰা ইয়াৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে তেতিয়াহ’লে আইপিএফটিয়ে পশ্চিম ত্ৰিপুৰৰ পৰা ইয়াৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব।

জামাতিয়াই অৱশ্যে ইয়াৰ বাবে বিজেপি-আইপিএফটিৰ মিত্ৰতাত প্ৰভাৱ পৰা কথা অস্বীকাৰ কৰে।

ইয়াৰ মাজতে বিজেপিৰ নতুন দিল্লীত শনিবাৰে সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হে যায় আৰু ত্ৰিপুৰাৰ লোকসভা আসন দুখনৰ বাবে প্ৰাৰ্থীৰ নাম শীঘ্ৰেই ঘোষণা কৰাৰ সম্ভাৱনা আছে।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd