• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ আকস্মিক পদত্যাগ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 14, 2022 4:32 pm
biplab deb
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ ৰাজনৈতিক ক্ষেত্ৰ খনত চাঞ্চল্যৰ সৃষ্টি কৰি ৰাজ্য খনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আজি পদত্যাগ কৰে। বিজেপি শাসিত ৰাজ্য খনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিয়লি তেওঁৰ পদত্যাগ পত্ৰ ৰাজপালৰ হাতত অৰ্পন কৰে।

বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগৰ পিছতে আজি বিয়লি ৫ বজাত বিজেপি বিধায়িনী দলৰ এখন জৰুৰী বৈঠক আহ্বান কৰা হৈছে। এই বৈঠকতে নতুন মুখ্যমন্ত্ৰী এগৰাকী নিৰ্বাচন কৰাৰ সম্ভাৱনা আছে।

বৃহস্পতিবাৰে তেওঁ নতুন দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰিছিল।
উক্ত সাক্ষাতৰ পিছতে দেৱৰ পদত্যাগৰ বিষয়টো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

ইপিনে ৰাজ্যসভাৰ সাংসদ ডঃ মানিক সাহাক ত্ৰিপৰিাৰ অন্তৰ্ৱতীকালীন মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচন কৰা হৈছে। ৰাজ্যখনত অহা বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

২০২০ চনৰ ডিচেম্বৰত ত্ৰিপুৰাৰ ৭ জন বিজেপি বিধায়কে দেৱৰ বিৰুদ্ধে “একনায়কত্ববাদ “ৰ অভিযোগ উত্থাপন কৰিবলৈ নতুন দিল্লীলৈ উৰা মাৰিছিল। বিধায়কসকলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক দেৱৰ বিৰুদ্ধে বহু তথ্যৰ যোগান ধৰিছিল।

বিসম্বাদী বিধায়কসকলৰ মতে ২০১৮ চনত ত্ৰিপুৰাত বিজেপিক শাসনলৈ অহাত সহায় কৰা দলৰ নেতাসকলক দেৱে অৱজ্ঞা কৰিছে৷

ত্ৰিপুৰা কংগ্ৰেছে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতিৰ অভিযোগত মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ পদত্যাগ দাবী কৰি আহিছিল।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱা বুলিও অভিযোগ উঠিছিল। বিশেষকৈ শিক্ষকসকলৰ ক্ষেত্ৰত বিজেপি দলে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰ অভিযোগ উঠিছিল।

কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী সুদীপ ৰয় বৰ্মনে অলপতে আগৰতলাত সাংবাদিকৰ আগত কৈছিল, “বিজেপি শাসিত ৰাজ্যখনত হত্যা, ধৰ্ষণ আৰু সংঘৰ্ষ দৈনন্দিন ঘটনা হৈ পৰিছে। সেয়ে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিৎ।”

উল্লেখ্য ৰাজ্য খনত যোৱা চাৰি মাহত প্ৰায় ২৩ টা হত্যাকাণ্ড সংঘটিত হৈছে আনহাতে ধৰ্ষণৰ ঘটনা ২০২০ চনৰ ১২৭ টাৰ পৰা ২০২১ চনত ১৩৭ টালৈ বৃদ্ধি পাইছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

August 20, 2025 10:19 am
বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 9:03 am
ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

August 20, 2025 8:07 am
ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

August 20, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

August 20, 2025 10:19 am
বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd