• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ট্ৰাম্প-বুদ্ধ! ভাইৰেল হ’ল চীনত সজা ডণাল্ড ট্ৰাম্পৰ ধ্যানৰত মূৰ্তি, চাওক-

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2021 6:12 pm
501
VIEWS
Share on FacebookShare on Twitter

বগা ৰঙৰ এটা ডণাল্ড ট্ৰাম্পৰ মূৰ্তি।

বহি আছে ঠিক গৌতম বুদ্ধৰ দৰে ধ্যানৰত অৱস্থাত।

ইণ্টাৰেনটত ভাইৰেল হোৱা সদ্যবিদায়ী মাৰ্কিন ৰাষ্ট্ৰপতিজনৰ এই মূৰ্তিৰ ছৱিখনে সৰস প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কেৱল ভাইৰেল হোৱাই নহয়, চীনৰ এটা ই-কমাৰ্চ চাইটে ট্ৰাম্পৰ এই সৰস মূৰ্তিটো বিক্ৰী কৰি প্ৰচুৰ টকা অৰ্জন কৰিছে।

ভাৰতীয় হিচাপত মূৰ্তিটোৰ দাম প্ৰায় ৪৫ হাজাৰ টকা।

টাওবাও নামৰ ই-কমাৰ্চ চাইটত বিক্ৰী হোৱা মূৰ্তিটোৰ আকাৰ হিচাপত দুই ধৰণে সজা হৈছে।

৪.৬ মিটাৰৰ মূৰ্তিটোৰ দাম ভাৰতীয় হিচাপত ৪৪,৭০১ টকাৰ বিপৰীতে ১.৬ মিটাৰেৰে মূৰ্তিটোৰ দাম ভাৰতীয় হিচাপত ১১,১৬৮ টকা।

ই-কমাৰ্চ চাইটটোৱে মূৰ্তিটো সম্পৰ্কে লিখিছে যে ট্ৰাম্পে বুদ্ধতকৈও বৌদ্ধ ধৰ্ম সম্পৰ্কে বেছি জানে।

তদুপৰি চাইটটোৱে কৈছে এই মূৰ্তিটো অফিচ-কাচাৰীসমূহত স্থাপন কৰিলে সকলোৰে উন্নতি হ’ব।

ট্ৰাম্পৰ শ্লোগান ‘মেক আমেৰিকা গ্ৰেট এগেইন’ৰ মতেই এই মূৰ্তিটোৱে ‘মেক ইয়ৰ কম্পেনী গ্ৰেট এগেইন’ৰ বাৰ্তা প্ৰেৰণ কৰিব বুলি চাইটটোৱে প্ৰকাশ কৰিছে।

বহু লোকে ট্ৰাম্পৰ মূৰ্তিটো কৌতুকবসতঃভাৱেই ক্ৰয় কৰিছে।

Recent News

চুলি সৰাৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান সহজ উপায়!

চুলি সৰাৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান সহজ উপায়!

তিনি শতাধিক লোকৰ উপস্থিতিৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ

তিনি শতাধিক লোকৰ উপস্থিতিৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ

এনেকৈয়ো আহে মৃত্যু! চাহৰ দোকানতে আছিল শুই; বিমান ভাঙি পৰাৰ পিছত মাকৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু কিশোৰৰ

এনেকৈয়ো আহে মৃত্যু! চাহৰ দোকানতে আছিল শুই; বিমান ভাঙি পৰাৰ পিছত মাকৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু কিশোৰৰ

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd