• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভেনিজুৱেলাৰ পৰা তেল ক্ৰয়ৰ কৰা বাবে ভাৰত-চীনৰ ওপৰত পুনৰ ২৫% শুল্ক আৰোপ ট্ৰাম্প প্ৰশাসনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2025 9:38 am
166
VIEWS
Share on FacebookShare on Twitter

ভেনিজুৱেলাৰ পৰা তেল ক্ৰয়ৰ কৰাৰা বাবে চীন, ভাৰতক লক্ষ্য কৰি লৈছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সোমবাৰে ভেনিজুৱেলাৰ পৰা তেল আৰু গেছ ক্ৰয় কৰা দেশৰ আমদানিৰ ওপৰত ট্ৰাম্প প্ৰশাসনে ২৫% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে।

ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপে চীন, ভাৰতৰ লগতে অন্যান্য দেশসমূহকো প্ৰভাৱিত কৰিব। ২ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব লগীয়া বৰ্তমানৰ হাৰৰ অতিৰিক্ত এই শুল্কসমূহ এক কাৰ্যবাহী আদেশৰ পিছতে আৰোপ কৰা হৈছে। আমেৰিকাৰ বাণিজ্য আৰু কূটনৈতিক সম্পৰ্ক পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য সচিবৰ নেতৃত্বত হোৱা আলোচনা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰআ বুলি  সদৰী কৰিছে।

ট্ৰাম্পে জানুৱাৰী মাহত পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা কথিত অন্যায় প্ৰথাৰ বিৰুদ্ধে যুঁজিবলৈ ট্ৰাম্পে শুল্ক আৰোপ কৰিছে বুলি উল্লেখ কৰিছে। ফেব্ৰুৱাৰী মাহত ভেনিজুৱেলাৰ পৰা প্ৰতিদিনে ৫ লাখ বেৰেল তেল আমদানি কৰা চীনৰ লগতে স্পেইন আৰু ভাৰতে আমেৰিকাৰ সৈতে যথেষ্ট বিপদৰ সন্মুখীন হৈছে।

ট্ৰাম্পে ২ এপ্ৰিলক অমেৰিকাৰ অৰ্থনীতিৰ বাবে “মুক্তি দিৱস” বুলি অভিহিত কৰি ভেনিজুৱেলাক শত্ৰুতাপূৰ্ণ ব্যৱহাৰ কৰা  আৰু আমেৰিকালৈ অপৰাধী পঠোৱা বুলি অভিযোগ উত্থাপন কৰিছে। যদিহে ভেনিজুৱেলাই  কোনো ব্যৱস্থা নলয়, আমদানি বন্ধ হোৱাৰ পিছতো এবছৰলৈকে এই শুল্ক প্ৰযোজ্য হৈ থাকিব বুলি ট্ৰাম্পে ঘোষণা কৰে।  

ট্ৰেজাৰী সচিব স্কট বেছাণ্টে জনাইছে যে বাণিজ্যৰ ভাৰসাম্যহীন শীৰ্ষ ১৫% দেশক লক্ষ্য কৰি লোৱা এই নীতি, প্ৰথা সলনি হ’লে এৰাই চলিব পৰা যাব বুলি মত প্ৰকাশ কৰে। ইফালে নিষেধাজ্ঞা শিথিল কৰাৰ মাজতে ভেনিজুৱেলাৰ পৰা তেল আমদানি বন্ধ কৰিবলৈ ২৭ মে’লৈ সময়সীমা বৃদ্ধি কৰিছে।

Recent News

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd