• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

থাইলেণ্ড-ম্যানমাৰৰ পিছত এইবাৰ আৰ্জেন্টিনা : ৭.৫ ৰিখটাৰৰ ভুঁইকপে কঁপাই গ’ল লেতিন আমেৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2025 8:44 am
213
VIEWS
Share on FacebookShare on Twitter

ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল লেতিন আমেৰিকাৰ দেশ আৰ্জেন্টিনাক। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৫। কৰ্তৃপক্ষই ছুনামীৰ সতৰ্কবাণী জাৰি কৰাৰ কিছু সময়ৰ ভিতৰতে দেশৰ দক্ষিণ অংশ জোকাৰি গ’ল ভূমিকম্পই। যদিও এতিয়ালৈকে কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা হোৱা নাই, তথাপিও ব্যাপক ক্ষতিৰ আশংকা কৰা হৈছে।

খবৰ অনুসৰি শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা ৯:৫৮ বজাত এই ভূমিকম্পটো সংঘটিত হয়। ভূমিকম্পৰ উৎপত্তিস্থল দক্ষিণ আৰ্জেণ্টিনাৰ উছুৱায়াৰ পৰা ২১৯ কিলোমিটাৰ দক্ষিণে ড্ৰেক পেচেজ অঞ্চলৰ ১০ কিলোমিটাৰ গভীৰতাত।

উল্লেখ্য যে ভূমিকম্পৰ কেই মিনিটমানৰ পূৰ্বে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছিল। সেই সময়ত উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছিল।

ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কেইবাটাও ভিডিঅ’। দেখা গৈছে যে তাত চুনামীৰ ছাইৰেন বাজি আছে। ৰাজপথলৈ ওলাই আহিছে বাসিন্দাসকল। তাৰ পৰ পিছতে কঁপনি অনুভৱ কৰা হ’ল।

মন কৰিবলগীয়া যে যোৱা ২৮ মাৰ্চত ম্যানমাৰত ৭.৭ ৰিখটাৰ স্কেলৰ এক ভয়াৱহ ভূমিকম্পই দলঙ-ৰাস্তা-ঘাটৰ লগতে এটাৰ পিছত এটাকৈ বহুমহলীয়া অট্টালিকা কাৰ্যতঃ ধ্বংস কৰি পেলায়। এই দুৰ্যোগৰ ফলত ম্যানমাৰত প্ৰায় ৩১০০ লোকৰ মৃত্যু হৈছিল। এই ভূমিকম্পৰ পিছত বিশেষজ্ঞ সকলে আশংকা কৰিছিল যে ইয়াৰ পিছত বিভিন্ন অঞ্চলত ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে। কাৰ্যত এতিয়া সেয়েই হ’ল।

Recent News

বানৰ চিন্তা নাই, ক্ষমতা, ধন আৰু মাটিৰ লোভত মত্ত বিজেপি : গৌৰৱ গগৈ

বানৰ চিন্তা নাই, ক্ষমতা, ধন আৰু মাটিৰ লোভত মত্ত বিজেপি : গৌৰৱ গগৈ

অসম-অৰুণাচল সীমান্তত নদীৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা ১৪ জন লোকক উদ্ধাৰ বায়ুসেনাৰ

অসম-অৰুণাচল সীমান্তত নদীৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা ১৪ জন লোকক উদ্ধাৰ বায়ুসেনাৰ

আশ্ৰমৰ ভিতৰত ভয়ংকৰ ঘটনা! ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ দলবদ্ধ ধৰ্ষণ, যোগী ৰাজ্যত আলোড়নৰ সৃষ্টি

আশ্ৰমৰ ভিতৰত ভয়ংকৰ ঘটনা! ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ দলবদ্ধ ধৰ্ষণ, যোগী ৰাজ্যত আলোড়নৰ সৃষ্টি

বিবাহ ভৱন ভাড়া কৰি বিবাহ আয়োজন কৰা বাবে উত্তৰ প্ৰদেশত নিৰ্মমভাৱে প্ৰহাৰ এটা দলিত পৰিয়ালক

বিবাহ ভৱন ভাড়া কৰি বিবাহ আয়োজন কৰা বাবে উত্তৰ প্ৰদেশত নিৰ্মমভাৱে প্ৰহাৰ এটা দলিত পৰিয়ালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd