• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চি বি এচ ই দ্বাদশ শ্ৰেণীৰ ফলাফলত পূব ভাৰতৰ শীৰ্ষত তেজপুৰৰ তুষাৰ তায়াল

৫০০ নম্বৰৰ ভিতৰত ৪৯৫ নম্বৰ লাভ কৰিছে তুষাৰে।

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2019 5:27 pm
Tushar Tayal from Tezpur tops CBSE class XII exam in east India

তুষাৰ তায়াল।

1.7k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ঘোষিত চি বি এচ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত গুৱাহাটী মণ্ডলৰ লগতে পূব ভাৰতৰ শীৰ্ষ স্থান অধিকাৰ কৰিছে তেজপুৰৰ আৰ্মি পাব্লিক স্কুলৰ ছাত্ৰ তুষাৰ তায়ালে।

তুষাৰৰ সৰ্বভাৰতীয় ৰেংক পঞ্চম।

মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৫ নম্বৰ লাভ কৰি পৰীক্ষাটোত তুষাৰে গড় ৯৯ শতাংশ নম্বৰ লাভ কৰিছে। তুষাৰে একাউন্তেন্সি, ইকনমিকছ আৰু চাইকলজিত ১০০ই নম্বৰ লাভ কৰাৰ লগতে ইংগ্লিশ্বত ৯৮, বিজিনেছ স্তাদিজত ৯৭ আৰু ফিজিকেল এজুকে’চনত ৯৯ নম্বৰ লাভ কৰিছে।

তুষাৰে নিজৰ সাফল্যৰ কৃতিত্ব “মাক-দেউতাক সংগীতা আৰু ৰৱিন্দ্ৰ তায়ালৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী”ক দিছে।

তুষাৰৰ মতে, তেওঁ মুখস্থৰ সলনি নিয়মীয়া পঢ়া-শুনাত অধিক গুৰুত্ব প্ৰদান কৰিছিল। তেওঁ সদ্যহতে দিল্লী বিশ্ববিদ্যালয়ত কমাৰ্চ পঢ়িব খোজে। বি কমৰ পিছত তেওঁৰ এম বি এ’ কৰাৰ মন।

উত্তৰ-পূবৰ আঠোখন ৰাজ্যক সামৰি গঠিত গুৱাহাটী মণ্ডলত এইবাৰ ৬৪.৪১ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ এই হাৰ যোৱা বছৰতকৈ ৪ শতাংশ কম।

চি বি এচ ইৰ তথ্য অনুসৰি ২০১৮ বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৬৮.৩ শতাংশ।

Recent News

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd